মামাৰ কৃতিত্বত উৎফুল্লিত মাজুলীৰ ভাগিন
দক্ষ, কর্মবীৰ তথা অসমৰ ৰাজনৈতিক ক্ষেত্রৰ চাণক্য স্বৰূপ ড০ হিমন্ত বিশ্ব শর্মাই আজি অসমৰ নতুন মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ পিছতেই সমগ্র অসমবাসীৰ লগতে মাজুলীবাসীয়েও তেওঁক বিপুলভাৱে শুভেচ্ছা আৰু আদৰণি জনায়৷ মাজুলীবাসীয়ে নিজা সমষ্টিৰ প্রতিনিধি সর্বানন্দ সোণোৱালক মুখ্যমন্ত্রী হিচাপে বিচাৰিছিল যদিও বিচক্ষণ ৰাজনীতিজ্ঞ ড০ হিমন্ত বিশ্ব শর্মাক সমগ্র অসমত…
Read More...