বয়সতকৈ অভিলেখ বেছি, ক্ৰিকেট বিশ্বত নতুন ধুমুহা বৈভৱ সূৰ্যবংশী
ডিজিটেল ডেস্ক, ২১ মে’ : চলিত আইপিএলত চমক অব্যাহত আছে বৈভৱ সূর্যবংশীৰ৷ বয়স যিমানেই নহওক কিয়, তাতকৈ বেছি অভিলেখ আছে তেওঁৰ নামত৷
মঙলবাৰে নিশা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলা মেচখনত ৩৮টা বলত ৯৩ ৰান কৰি একাধিক অভিলেখৰ গৰাকী হয় বিশ্বক্রিকেটৰ এই ৱাণ্ডাৰ বয়৷ আইপিএলৰ এটা সংস্কৰণত দ্রুত ৫০০ ৰান কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ৷…
Read More...