আইপিএলৰ বাবে পাকিস্তান ছুপাৰ লীগ এৰিলে মুজাৰাবাণীয়ে
ডিজিটেল ডেস্ক, ১৫ মার্চ : বাংলাদেশৰ খেলুৱৈ মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পিছত কলকাতা নাইট ৰাইডার্ছে তেওঁৰ স্থানত জিম্বাবৱেৰ বলাৰ মুজাৰাবাণীক অন্তর্ভুক্ত কৰিছিল৷ টি–২০ বিশ্বকাপত সুন্দৰ প্রদর্শন কৰা মুজাৰাবাণীয়ে বর্তমান পাকিস্তান ছুপাৰ লীগত চুক্তিবদ্ধ হৈ আছিল৷ কেকেআৰ কর্তৃপক্ষৰ পৰা লাভ কৰা ফোনকলৰ পাছতে পাকিস্তান ছুপাৰ লীগৰ পৰা তেওঁ নাম প্রত্যাহাৰ কৰে৷…
Read More...