বিশ্বকাপৰ ছুপাৰ–৮ত টীম ইণ্ডিয়াৰ প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজ–দঃ আফ্রিকা–জিম্বাব’ৱে
চূড়ান্ত হ’ল চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ–৮ৰ এটা গ্রুপ৷ অর্থাৎ এক্স গ্রুপটো এই গ্রুপটোত আছে ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়া৷ অর্থাৎ কোনটো দলে কাৰ লগত খেলিব সেয়া চূড়ান্ত হৈছে৷
ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াৰ উপৰি এক্স গ্রুপত আছে ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্রিকা আৰু জিম্বাব’ৱে৷ চলিত বিশ্বকাপৰ ছুপাৰ–৮ত প্রৱেশ কৰা দলসমূহক এক্স আৰু ৱাই গ্রুপত ভাগ কৰা হৈছে৷…
Read More...