৪২বাৰৰ চেম্পিয়ন মুম্বাই বাহিৰ : অন্তিম চাৰিলৈ কর্ণাটক
প্রথমবাৰৰ বাবে ৰঞ্জি ট্রফীৰ ছেমিফাইনেলত প্রৱেশ কৰিলে জম্মু–কাশ্মীৰে৷ চলিত ছিজনৰ প্রতিযোগিতাখনৰ কোৱার্টাৰ ফাইনেলত মধ্যপ্রদেশৰ বিৰুদ্ধে ৫৬ ৰানত জয়লাভ কৰি ছেমিফাইনেলত প্রৱেশ কৰাই নহয়, ইতিহাসো ৰচনা কৰে জন্মু–কাশ্মীৰে৷
মেচখনত জম্মু–কাশ্মীৰে জয়ৰ বাবে বান্ধি দিয়া ২৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মধ্যপ্রদেশে আগদিনা ৫ উইকেটত কৰা ৮৭ ৰানৰ পৰা ইনিংছ মুকলি…
Read More...