আবুধাবিত আজি আইপিএলৰ মিনি নিলাম
আবুধাবিত আজি অনুষ্ঠিত হ’ব আইপিএল ২০২৬ৰ মেগা নিলাম৷ ৩৫০জনতকৈ অধিক খেলুৱৈ এই নিলামত থাকিব৷ যাৰ পৰা প্রায় ৭৭গৰাকী খেলুৱৈক ফ্রেঞ্চাইজীবোৰে ক্রয় কৰিব৷ যাৰ দ্বাৰা ১০টা ফ্রেঞ্চাহজীয়ে নিজৰ নিজৰ দল সম্পূর্ণ কৰিব৷
এই নিলামৰ পূর্বে এনেকুৱা এটা ঘটনা ঘটিছে, যিয়ে সকলোকে আচৰিত কৰি তুলিছে৷ দৰাচলতে আইপিএল ২০২৬ৰ নিলামৰ তালিকাত নাম নথকা এজন খেলুৱৈক নিশাৰ ভিতৰতে সেই…
Read More...