ডিব্ৰুগড়ৰ বেংকত প্ৰায় ৫ কোটি টকাৰ হৰলুকী!
এহেজাৰ বা দুহেজাৰ নহয়! প্ৰায় ৫ কোটি টকাৰ হৰলুকি।তাকো খোদ ৰাষ্ট্ৰীয়কৃত বেংকত সংঘটিত হৈছে, এনে ব্যাপক খেলিমেলি। এতিয়া যেন ৰাষ্ট্ৰীয়কৃত বেংকও সুৰক্ষিত নহয় গ্ৰাহকৰ বাবে। তেনে এক বৃহৎ বিত্তীয় কেলেংকাৰী শেহতীয়াকৈ ডিব্ৰুগড়ত পোহৰলৈ আহিছে। ডিব্ৰুগড়ৰ বেংক অৱ মহাৰাষ্ট্ৰৰ চৌকিডিঙ্গী শাখাৰ পৰা গ্ৰাহকৰ একাউণ্টৰ পৰা কোটি কোটি টকা হৰলুকি হোৱাৰ এক গুৰুতৰ অভিযোগ…
Read More...