IPL 2026 : প্লেফৰ এখোজ আঁতৰত গুজৰাট টাইটানছ
চলিত আইপিএলৰ প্লেফৰ এখোজ আঁতৰত গুজৰাট টাইটানছ৷ প্রতিযোগিতাখনৰ বিজয় অপৰিহার্য মেচখনত গুজৰাট টাইটানছে ছানৰাইজার্ছ হায়দৰাবাদক ৮২ ৰানত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷
শুভমন গিল নেতৃত্বাধীন গুজৰাটে এতিয়ালৈকে ১২খন মেচ খেলি ৮খনত জয় আৰু ৪খনত পৰাস্ত হৈ মুঠ ১৬ পইণ্ট অর্জন কৰিছে৷ আৰু মাত্র এখন খেলত জয়লাভ কৰিব পাৰিলেই গুজৰাটৰ প্লেফত স্থান…
Read More...