গুৱাহাটীত ৰহস্যজনক কাৰণত নৱবিবাহিতাৰ মৃত্যু, স্বামীক আটক
গুৱাহাটীত সন্দেহজনক পৰিস্থিতিত এগৰাকী নৱবিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য আৰু আতংকৰ সৃষ্টি হৈছে। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসাৰে, তেওঁক বিহ খুৱাই হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই গুৰুতৰ অভিযোগৰ পিছতে মহিলাগৰাকীৰ স্বামীক গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
মৃত মহিলাগৰাকীৰ নাম শ্ৰুতি ৰাই বুলি চিনাক্ত কৰা হৈছে।…
Read More...