২৭ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল
আজি ২৭ এপ্রিল, ব’হাগ মাহৰ ১৩ তাৰিখ
সোমবাৰ : তিথি–শুক্লা একদশী, নক্ষত্র : পুষ্যা, যাত্রা : নাই
মেষ : আজি দূৰ ভ্রমণৰ যোগ৷ কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
বৃষ : আজি কর্ম উন্নতিত আনৰ প্রভাৱ পৰিব পাৰে৷ বিখ্যাত লোকৰ সংগ পাব পাৰে৷ ভ্রমণ নকৰাই ভাল৷ প্রেমত সাৱধান৷ বিদ্যাত শুভ৷ শুভ ৰং…
Read More...