মৰিয়নিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত
বিশেষ বাৰ্তা, ১৭ নৱেম্বৰঃ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই যোৱা বনৰীয়া হাতীজাকে বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰি আহিছে । নিশা হ'লেই এতিয়া কেতবোৰ অঞ্চলত আতংকৰ নাম হৈ পৰিছে হাতী জাক । নিতৌ জনাঞ্চলত প্ৰৱেশ কৰি ঘৰ দুৱাৰৰ ক্ষতিসাধন কৰাৰ লগতে ধাননি পথাৰ তহিলং কৰি আহিছে হাতী জাকে । কালি নিশাও হাতীপালে মৰিয়নিৰ সমীপৰ চৈকটা চাহ…
Read More...