নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
বার্তা বুৰো, ২৯ মাৰ্চ: আজি মৰিগাঁও সদৰ ছাত্ৰ সন্থাই নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত মৰিগাঁও চহৰৰ মাজমজিয়াত অসম চৰকাৰৰ যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ হোৱা কাৰ্যসূচীটোত সদৰ ছাত্ৰ সন্থাৰ ভা:সভাপতি চুমন বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰ্মনৰ নেতৃত্বত মৰিগাঁও চহৰত…
Read More...