নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ

মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে দেশখনৰ হাউছ অৱ ৰিপ্রেজেনটেটিভে মহাভিযোগ অনা ঘটনাই সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে৷ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পূর্বৰে পৰা বিভিন্ন বিতর্কত ট্রাম্প জড়িত হৈ পৰিছিল৷ গোটেই কার্যকালটোতে তেওঁৰ কথা আৰু…

কেব–‘কা’ বিৰোধী আন্দোলনত নিহতক সাহিত্য সভাৰ শ্বহীদ মর্যাদা

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদ ওদালগুৰিৰ মাজুলী চাহ বাগিচাৰ শ্রমিক পৰিয়ালৰ সন্তান ঈশ্বৰ নায়কৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে অসম সাহিত্য সভাই ৷ অসম সাহিত্য সভাৰ এটা ৫জনীয়া সঁজাতী দলে বৃহস্পতিবাৰে আবেলি প্রয়াত ঈশ্বৰ…

অগপৰ চাৰিজন নেতাৰ ভূমিকা দুর্ভাগ্যজনকঃ প্রফুল্ল কুমাৰ মহন্ত

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ শ্বহীদ ঈশ্বৰ নায়কৰ বাসগৃহত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত শুকুৰবাৰে উপস্থিত হয় ৷ তেওঁ ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিচাৰ যুৱক ঈশ্বৰ নায়কৰ বাসগৃহত উপস্থিত হৈ শ্বহীদগৰাকীৰ স্মৃতিত শ্রদ্ধাঞ্জলি জনোৱাৰ…

সুখচৰত বৈৰিতাৰ পোটক তুলিবলৈ জ্বলালে ঘৰ

নিয়মীয়া বার্তা, ২১ ডিচেম্বৰঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ চৰ আৰাটগ্রাম গাঁৱত বুধবাৰে নিশা কোনো নথকা অৱস্থাত দুজনীয়া দলে অগ্নিসংযোগ কৰাত এটা পৰিয়ালৰ এখন মটৰচাইকেল, ৯টা গৰু আৰু ছাগলীসহ ৫ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় ৷…

বিজেপি কর্মীৰ গৃহত অগ্নিসংযোগ

নিয়মীয়া বার্তা, ২১ ডিচেম্বৰঃ মাকুমৰ বাৰেকুৰিৰ হাপজান সদৰ মণ্ডলৰ ভাৰতীয় জনতা পার্টীৰ সদস্য বৰগাঁৱৰ দীপক চাউৰক (সৰু)ৰ দোকানত বৃহস্পতিবাৰে নিশা প্রায় দহ বজাত কোনো দুর্বৃত্তই অগ্নি সংযোগ কৰে ৷ ইতিমধ্যে বাৰেকুৰি আৰক্ষীক ঘটনা সন্দর্ভত এজাহাৰ…

গুৱাহাটী কমার্চৰ স্বর্ণ জয়ন্তী সমাৰোহ স্থগিত

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্যৰ বর্তমান পৰিস্থিতি আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ পুনঃনির্ধাৰিত সময়সূচীৰ পৰিপ্রেক্ষিতত গুৱাহাটী কমার্চ কলেজ ছাত্রাৱাসৰ অহা ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী সামৰণী সমাৰোহ সাময়িকভাৱে স্থগিত…

অশান্ত–অস্থিৰ অসমঃ মধুপুৰ মহোৎসৱ স্থগিত

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত অহা ২৪ আৰু ২৫ ডিচেম্বৰত কোচবিহাৰৰ মধুপুৰ সত্রত হ’বলগীয়া মধুপুৰ মহোৎসৱ সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷ পৰৱর্তী তাৰিখ পাছত ঘোষণা কৰা হ’ব বুলি মধুপুৰ সত্র পৰিচালনা সমিতিৰ…

ঢেকীয়াজুলিত অনাময় আঁচনি ৰূপায়ণত লুণ্ঠন

নিয়মীয়া বার্তা, ২১ ডিচেম্বৰঃ জনস্বাস্থ্য কাৰিকৰী বিভাগে অনাময় আঁচনি ৰূপায়ণৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে যদিও এই আঁচনিৰ লক্ষ্য–উদ্দেশ্য সফল হোৱা নাই ৷ শোণিতপুৰ জিলাত অনাময় আঁচনিৰ নামত কোটি কোটি টকাৰ শৰাধ হৈছে ৷ কিন্তু বিভিন্ন অঞ্চলৰ…

উত্তৰ–পূবৰ বাবে হওঁক এখন ইনাৰ লাইন পার্মিট

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ সমগ্র উত্তৰ–পূবৰ বাবে ইনাৰ লাইন পার্মিট ব্যৱস্থাৰ বাবে কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক অনুৰোধ জনালে আছাম পাব্লিক ৱর্কছে (এ পি ডব্লিউ) ৷ শুকুৰবাৰে শ্বিলংস্থিত বাসভৱনত…

বিধানসভাৰ প্রৱেশ দ্বাৰতে ফুটিল আৰক্ষীৰ গুলী

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ অসম বিধানসভাৰ সন্মুখত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ মহানগৰীৰ দিছপুৰস্থিত বিধানসভাৰ মূল প্রৱেশদ্বাৰত অতর্কিতে সংঘটিত হয় ঘটনাটো ৷ সেই স্থানত থকা এজন আৰক্ষীৰ কার্বাইনৰ পৰা হঠাৎ এটা গুলী ফুটি ওলাই যায় ৷…