নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মিৰ্জাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, স্বামীক আটক

নিয়মীয়া বাৰ্তা, পলাশবাৰী, ৭ মে' : মিৰ্জাৰ গোপালপুৰত বুধবাৰে এগৰাকী বিবাহিত মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ছয়গাঁও পাছনতলাৰ প্ৰয়াত কমল দাস আৰু আৰতী দাসৰ একমাত্ৰ জীয়ৰী কৰৱী কলিতাৰ (২৩) মৃত্যুক…

TVK-ক চৰকাৰ গঠনৰ বাবে গ্ৰীন ছিগনেল ৰাজ্যপালৰ

তামিলনাডুত নতুন চৰকাৰ গঠনক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে বৃহস্পতিবাৰে নতুন মোৰ লয় ৰাজনৈতিক পৰিস্থিতিয়ে। টিভিকে (TVK)ৰ মুৰব্বী বিজয়ে ৰাজ্যপাল R. N. Raviৰ সৈতে সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি,…

তামাৰহাটত চাঞ্চল্যকৰ ঘটনা : নাবালিকাক বহি:ৰাজ্যলৈ নি হত্যাৰ অভিযোগ!

তামাৰহাট থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। অভিযোগ অনুসৰি, ৰমজান আলী নামৰ এজন যুৱকে বিয়াৰ প্ৰলোভন দেখুৱাই কিশোৰীগৰাকীক পলুৱাই লৈ গৈছিল হাৰিয়ানাৰ শনিপদ জিলাৰ খৰখেদা…

সৰুপথাৰ ‘মিঞা মুক্ত’ কৰাৰ সংকল্প বিশ্বজিৎ ফুকনৰ, উচ্ছেদ অভিযানৰ ইংগিত

সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিশ্বজিত ফুকনে কৰা এক বিশেষ ফেচবুক পষ্টক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে। ফেচবুক পষ্টত বিধায়কগৰাকীয়ে উল্লেখ কৰে— “নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমি কোনো…

পশ্চিমবংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক গুলীয়াই হত্যা

ডিজিটেল ডেস্ক, ৭ মে' : পশ্চিমবংগত এক চাঞ্চল্যকৰ ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছে। বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক কলকাতাৰ ওচৰৰ মধ্যগ্ৰামত গুলীয়াই হত্যা কৰা হৈছে। খবৰ অনুসৰি, চন্দ্ৰনাথ ৰথে এখন গাড়ীৰে যাত্ৰা কৰি…

ধুবুৰীৰ ৫টা বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বনিম্ন ভোট লাভ মোহৰ উদ্দিন মণ্ডলৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ মে' : এইবেলিৰ বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাৰ মুঠ ৫টা বিধানসভা সমষ্টিত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৩৩গৰাকী প্ৰাৰ্থী। এওঁলোকৰ ভিতৰত সৰ্বনিম্ন ভোট পাইছে জিলাখনৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিত বিকাশ ইণ্ডিয়া পাৰ্টীৰ…

সোৱণশিৰিত ভয়ংকৰ খহনীয়া, আতংকত ডিৰপাই অঞ্চলবাসী

বাৰিষা সমাগত হোৱাৰ লগে লগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সোৱণশিৰি নদীৰ গৰাখহনীয়াই। নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এতিয়া চপৰা-চপৰে খহি পৰিছে নদীৰ পাৰ, যাৰ ফলত আতংকৰ মাজত দিন পাৰ কৰিছে গোগামুখৰ ডিৰপাই অঞ্চলৰ ৰাইজে। বিশেষকৈ খৰস্ৰোতা সোৱণশিৰি নদীয়ে…

বিশ্বকাপত নতুন নিয়ম, মুখ ঢাকি কথা পাতিলে লাভ কৰিব ৰেড কার্ড

ডিজিটেল ডেস্ক, ৭ মে’ : আগন্তুক ফিফা বিশ্বকাপত খেলপথাৰত ফুটবলাৰৰ আচৰণত ডাঙৰ পৰিৱর্তন আহিব৷ আন্তঃৰাষ্ট্রীয় ফুটবল সন্থাৰ ব’র্ডে পৰীক্ষামূলক ভিত্তিত ফিফাই প্রস্তাৱ কৰা দুটা নতুন নিয়মত অনুমোদন জনাইছে, যিবোৰ পৰৱর্তী বিশ্বকাপত কার্যকৰী কৰাৰ…

গুৱাহাটীত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সত্ৰৰ সেৱক

গুৱাহাটীৰ মহানগৰীৰ কুমাৰপাৰাস্থিত শ্ৰীশ্ৰীৰাজহুৱা সত্ৰ (নামঘৰ)ৰ এগৰাকী সেৱক দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে, সুৰেন দাস (৬০) নামৰ লোকজন নিশাৰ আহাৰ গ্ৰহণ কৰি শুবলৈ গৈ থকা সময়তে অচিনাক্ত…

প্ৰেম প্ৰত্যাখ্যানক লৈ বাক্সাত প্ৰেমিকৰ জঘন্য কাণ্ড

প্ৰেম প্ৰত্যাখ্যান কৰাক কেন্দ্ৰ কৰি বাক্সা জিলাৰ বগৰীবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি, সোমনাথ হালৈ নামৰ এজন যুৱকে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে কলিতা উপাধিৰ এগৰাকী যুৱতীক। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক সংকটজনক অৱস্থাত নলবাৰীলৈ…