নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আইপিএলৰ প্লে’অফ–ফাইনেলৰ সূচী ঘোষণা, বেংগালুৰুৰ পৰা স্থানান্তৰিত ফাইনেল

ডিজিটেল ডেস্ক, ৭ মে’ : বেংগালুৰুৰ পৰা স্থানান্তৰিত হ’ল চলিত আইপিএলৰ ফাইনেল৷ অহা ৩১ মে’ত চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত নহ’ব প্রতিযোগিতাখনৰ মেগা ফাইনেল মেচখন৷ বুধবাৰে বিচিচিআয়ে ঘোষণা কৰিলে নতুন স্থান৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত…

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ সফলতা, আটক অপৰাধী

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহত সফলতা। জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কলগাছিয়াত আৰক্ষীৰ  অভিযান। আৰক্ষীৰ অভিযানত উদ্ধাৰ ৮০খনতকৈ অধিক ATM কাৰ্ড, ৫০টা মবাইল ফোন, কিউৱাৰ কোড আৰু নগদ চাৰি…

৮ মে’ৰ পৰা ফাটবিহু : ঐতিহ্যৰ ভেটি চিকুণাই সাজু চাৰিকড়ীয়াৰ নদীৰ পাৰ

ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ আছে এক সুকীয়া সাতামপুৰুষীয়া ঐতিহ্য। এই নদীৰ পাৰতেই তাহানিৰে পৰাই ম'হঘুলি চাপৰিত উদযাপন কৰি অহা হৈছে ফাটবিহু।এইবাৰো ঐতিহ্যৰ ভেঁটি চিকুনাই অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ঐতিহ্য আৰু পৰম্পৰাৰ বৰ্ণিল সমাহাৰেৰে…

সম্পাদকীয় : দায়বদ্ধ হ’বলৈ শিকোঁ আহক

ধূলিৰ সৈতে মিহলি হৈ গ’ল বিৰোধী৷ একাংশই এইবাৰো বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰে চৰকাৰ হ’ব বুলি ভাবিছিল যদিও বিৰোধীৰ আসন বাঢ়িব বুলি অনুমান কৰিছিল৷ কিন্তু সকলো জল্পনা–কল্পনাৰ অন্তত বিৰোধীৰ সংখ্যা কমিল৷ নেচনেল ডেম’ক্রেটিক এলায়েঞ্চে লাভ কৰিলে…

৭ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ মে’, ব’হাগ মাহৰ ২৩ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণ পঞ্চমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই মেষ : আজি স্বাস্থ্য অশান্তিৰ বাবে ব্যৱসায়ত অশান্তি হ’ব পাৰে৷ চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ চকুৰ বিষে আমনি কৰিব৷ পঢ়া–শুনাৰ বাবে সুনাম বৃদ্ধি৷…

বজালীৰ যুৱ সাংবাদিক বুবু কলিতাৰ অকাল বিয়োগ

বজালীৰ এগৰাকী উদীয়মান যুৱ সাংবাদিক বুবু কলিতাৰ দীৰ্ঘদিন যকৃতৰ ৰোগত ভুগি থকাৰ অন্তত আজি পুঁৱতি নিশা বজালী জিলাৰ ভৱানীপুৰৰ পূৱহাটীস্থিত নিজ বাসগৃহত বিয়োগ ঘটে। প্ৰায় ২২ বছৰ বয়সত বিয়োগ ঘটা ভৱানীপুৰৰ প্ৰসন্ন কলিতা আৰু নিৰ্মালী কলিতাৰ…

কাজিৰঙাত ২০২৫-২৬ পৰ্যটন বৰ্ষত পৰ্যটক বৃদ্ধি ৪,৬৮,১৪৭জনলৈ

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এক ভাল খবৰ। পৰ্যটকৰ আগমনে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ২০২৫-২৬ পৰ্যটন বৰ্ষত বৃ্দ্ধি পালে ৬১৫৪৩গৰাকী পৰ্যটক। যি এক নতুন অভিলেখ। দেশ-বিদেশৰ পৰ্যটকৰ মাজত এতিয়া চৰ্চা কেৱল কাজিৰঙা ৰাষ্ট্ৰীয়…

গৌৰৱ গগৈক তীক্ষ্ণ সমালোচনা, কাজিৰঙাত অখিল গগৈৰ সংবাদ মেল

বিৰোধী ঐক্যমঞ্চই সঠিক সময়ত ঐক্যবদ্ধ নোহোৱাৰ বাবেই নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগীয়া হয়৷'— বিৰোধী ঐক্যমঞ্চৰ হৈ প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াই দ্বিতীয়বাৰৰ বাবে বিধায়কৰ আসন দখল কৰিবৰ সক্ষম হোৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাজিৰঙাত সাংবাদিকৰ সন্মুখত…

ষষ্ঠদশ বিধানসভা শুৱনি কৰিব ৪১ নতুন নির্বাচিত বিধায়কে

নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যত গঠনৰ দিশে আগবাঢ়িছে বিজেপি নেতৃত্বাধীন চৰকাৰ৷ মুঠ ১০২খন আসন দখল কৰি বিজেপি মিত্রজোঁটে ষষ্ঠদশ বিধানসভাত লাভ কৰিলে নিৰংকুশ বিজয়৷ ইয়াৰে বিজেপি দলে লাভ কৰিলে ৮২খন আসন, বিপিএফ দলে লাভ কৰিলে ১০খন আৰু ১০খন আসন লাভ…

যোৰহাটত নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল-২০২৬ ছিজন ৬ৰ আয়োজন

বিগত পাঁচ বছৰৰ দৰে আৰ. এছ. ক্ৰিয়েছনৰ দ্বাৰা যোৰহাটত "নৰ্থ ইষ্ট বেষ্ট ম'ম এণ্ড এঞ্জেল ২০২৬ ছিজন ৬" সুপ্ত প্ৰতিভাৰ বিকাশৰ সৌন্দৰ্য্য প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটিৰ পৰিচালন সঞ্চালিকা ৰিজু আৰ শইকীয়াই এই কথা জানিবলৈ দিয়ে।…