ধুবুৰী জিলাত নিশ্চিহ্ন হ’ল এআইইউডিএফ, গোলকগঞ্জ-বিলাসীপাৰাত বিজয়ী এনডিএ
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৫ মে' : বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি বিজেপি তথা বিজেপিৰ সহযোগী দলবোৰে অধিকাংশ সমষ্টিতে বিজয়ী হ'লেও পূৰ্বৰ দৰে এইবেলিৰ বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাত সম্পূৰ্ণ এক বিপৰীত ৰাজনৈতিক…