নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নিৰ্বাচনী আচৰণবিধিক লৈ তৎপৰ পলাশবাৰী সমজিলা আৰক্ষী

ডিজিটেল ডেস্ক, মিৰ্জা, ৩ এপ্ৰিল : এইবেলি অসম বিধানসভাৰ  নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পৰা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পলাশবাৰী সমজিলাতো সষ্টম হৈ পৰিছে অসম আৰক্ষী।‌ সমজিলাখনত  স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন…

ঢকুৱাখনাত বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলেৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল ডেস্ক, ঢকুৱাখনা, ৩ এপ্ৰিল : ৰাজ্যত নিৰ্বাচনী গৰম বতাহ। চমু চাপিছে নিৰ্বাচনৰ দিন, তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। প্রতিকূল বতৰকো নেওচি ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিত শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ জোৰদাৰ…

ভিন্ন দেশত প্ৰতিদিনে ২০ ভাৰতীয় শ্রমিকৰ মৃত্যু, কেন্দ্রৰ চাঞ্চল্যকৰ তথ্য

ডিজিটেল ডেস্ক, ৩ এপ্রিল : যোৱা ৫ বছৰত প্রতিদিনে বিদেশত কর্মৰত ২০জন ভাৰতীয় শ্রমিকৰ মৃত্যু হয়৷ অধিকাংশৰে মৃত্যু ঘটিছে পশ্চিম এছিয়াৰ দেশসমূহত৷ ইৰান যুদ্ধৰ ফলত মধ্যপ্রাচ্যৰ অস্থায়ী বাসিন্দা ভাৰতীয়সকলক লৈ যি সময়ত উদ্বেগ বৃদ্ধি পাইছে সেই সময়তে এই…

পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰৰ দিশে ধাৱমান আৰ্টেমিছ-২, পাঁচ দশকৰ পিছত চন্দ্ৰলৈ মানৱ অভিযান

ডিজিটেল ডেস্ক, ৩ এপ্রিল : অৱশেষত সেই বিশেষ ঐতিহাসিক মুহূর্তৰ সাক্ষী হ’ল সমগ্র বিশ্ব৷ সুদীর্ঘ ৫ দশকৰ পিছত চন্দ্র অভিমুখে ৰাওনা হোৱা ৪ মার্কিন মহাকাশচাৰী কঢ়িয়াই নিয়া মহাকাশ যানখনে পৃথিৱীৰ কক্ষপথ এৰি এতিয়া চন্দ্ৰৰ ফালে আগবাঢ়িছে ৷ ইয়াৰ লগে…

ইন্ধন সংকট : নতুন দিল্লীক আশ্বাস ইৰানৰ

ডিজিটেল ডেস্ক, ৩ এপ্রিল : যুদ্ধজর্জৰ হৰমুজ প্রণালীক লৈ ভাৰত উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই৷ –ইন্ধন সংকটৰ মাজত এই কথা পুনৰ স্পষ্ট কৰিলে ইৰানে৷ বৃহস্পতিবাৰে ভাৰতৰ ইৰানী দূতাৱাসে তেওঁলোকৰ এক্স হেণ্ডেলত লিখে– ‘কেৱল ইৰান আৰু ওমানেই হৰমুজৰ ভৱিষ্যৎ…

মৰিয়নিৰ চুবুৰিয়ে চুবুৰিয়ে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল ডেস্ক, ৩ এপ্ৰিল : মৰিয়নি সমষ্টিত নিৰ্বাচনী গৰম বতাহ বৃদ্ধি পাইছে। বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েও চুবুৰিয়ে চুবুৰিয়ে মাৰাথন প্ৰচাৰ চলাই ভোটাৰৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিছে। তেওঁ নিজৰ জয়ৰ ক্ষেত্ৰত অত্যন্ত আত্মবিশ্বাস প্ৰকাশ…

কলকাতাক হৰুৱাই আই পি এল ২০২৬ত প্ৰথমটো জয় হায়দৰাবাদৰ

ডিজিটেল ডেস্ক, ৩ এপ্রিল : ছানৰাইজার্ছ হায়দৰাবাদে চলিত আইপিএলত প্রথমটো জয়ৰ মুখ দেখিছে৷ বৃহস্পতিবাৰে কলকাতাত অনুষ্ঠিত মেচখনত হায়দৰাবাদে ঘৰুৱা দল কলকাতা নাইট ৰাইডার্ছক ৬৫ ৰানত পৰাস্ত কৰে৷ মন কৰিবলগীয়া যে কলকাতাৰ এয়া আছিল ক্রমাগত দ্বিতীয় পৰাজয়৷…

পৰাজয়ৰ পিছত খেলপথাৰতে অধিনায়ক পণ্টৰ ওপৰত খর্গহস্ত গোৱেংকা

লক্ষ্ণৌত পুৰণি ঘটনাৰ পুনৰাবৃত্তি ডিজিটেল ডেস্ক, ৩ এপ্রিল : আকৌ একেখন ছবি৷ পুৰণি ঘটনাৰ পুনৰাবৃত্তি৷ চলিত আইপিএলত বুধবাৰে নিশা দিল্লী কেপিটেলছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ পৰাজয়ৰ পিছত খঙত অগ্নিশর্মা হয় লক্ষ্ণৌ দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ…

ইৰানত সোমালে এজনো নাবাচিব মার্কিন সেনা, ইৰানী সেনাপ্রধানৰ হুমকি

ডিজিটেল ডেস্ক, ৩ এপ্রিল : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নির্দেশত মধ্যপ্রাচ্যত উপস্থিত হৈছে প্রায় ৩,৫০০ৰো অধিক মার্কিন সেনা৷ ইৰানত অন্তিম আঘাত হানিবলৈ এইবাৰ স্থল অভিযান চলাব ৱাশ্বিংটনে৷ সম্প্রতি তাৰ পূর্ণ প্রস্তুতি চলাই আছে পেণ্টাগনে৷…

সম্পাদকীয় : জুবিনক লৈ ৰাজনীতি

সমগ্র ৰাজ্যজুৰি এতিয়া নির্বাচনী খদমদম৷ নির্বাচন আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰাই নতুন উদ্যমেৰে আৰম্ভ হোৱা নির্বাচনী তৎপৰতা যিমানেই নির্বাচনৰ দিন চমু চাপি আহিছে সিমানেই বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে৷ চলিত মাহতেই দেশৰ চাৰিখন ৰাজ্য…