পৰিবহণ বিষয়া পদৰ পৰা গৌতম দাসৰ স্বইচ্ছাই অব্যাহতি
অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে ১৮ মাৰ্চত চৰকাৰী দায়িত্বৰ পৰা স্বইচ্ছাই অব্যাহতি লয়।
উল্লেখ্য যে, চৰকাৰী সময়সীমা অনুসৰি চলিত মাৰ্চ মাহৰ ৩১ তাৰিখ তেওঁৰ…