নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কংগ্ৰেছৰ বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাক লৈ বিদ্ৰোহৰ উকমুকনি

বোকাখাতত কংগ্ৰেছৰ বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাক লৈ বিদ্ৰোহৰ উকমুকনি উঠিছে আৰু বোকাখাত ব্লক কংগ্ৰেছ কমিটিয়ে সমুহীয়া পদত্যাগৰ হুংকাৰ দিছে৷ আজি বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত বিষয়ববীয়াসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বিৰোধী ঐক্য…

নগাবাটত বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ শিশু সমাৰোহৰ লাইখুঁটা স্থাপন

তিতাবৰৰ নগাবাটত ২৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ দ্বি-বিংশতিতম শিশু সমাৰোহ। আজি উদুলি-মুদুলি পৰিৱেশত নগাবাটৰ শংকৰ-মাধৱ সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰা হয়। বৰহোলাত আঞ্চলিক মইনা…

লখিমপুৰৰ পথালিপাহাৰত পাঁচদিনীয়া ভাওনা সমাৰোহ আৰম্ভ

আজি পুৱাৰে পৰা ভকত বৈষ্ণৱৰ মিলন ভূমিত পৰিনত অসম অৰুনাচলৰ সীমান্তৱৰ্তী পথালিপাহাৰ৷ মহাপুৰুষ মাধৱদেৱৰ পুণ্য জন্মস্থানৰ পবিত্ৰ ভূমি লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমাৰ পথালিপাহাৰত আজিৰ পৰা আৰম্ভ হৈ পাঁচদিনীয়া ভাওনা সমাৰোহ। ভাওনা শিল্পী সমাজ…

চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী, অভিভাৱকৰ প্ৰচণ্ড ভিৰ

এক ব্যতিক্ৰমী দৃশ্য। ব্যক্তিগত মাধ্যমৰ পৰিবৰ্তে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী তথা অভিভাৱৰ লানি নিচিঙা শাৰী। নেৰানেপেৰা বৰষুণৰ পিছতো ৰাতিপুৱা পুৱাৰে পৰা বিদ্যালয়ৰ সন্মুখত নিজৰ সন্তানক লৈ ভীৰ অজস্ৰ জনৰ।…

বিহালীৰ বিজেপিৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাসৰ মনোনয়ন দাখিল

৭১ নম্বৰ বিহালী বিধানসভা সমষ্টি (অনুসূচিত জাতি) বিহালীৰ বিজেপিৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাসে আজি বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে। পুৱা ঘৰৰ পৰা সমৰ্থকক লৈ লগত লৈ শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তৰ…

মাৰ্ঘেৰিটাত বিশাল শোভাযাত্ৰাৰে ভাস্কৰ শৰ্মাৰ মনোনয়ন-পত্ৰ দাখিল

৮৩নং মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই হাজাৰ হাজাৰ সমৰ্থকৰ বিশাল শোভাযাত্ৰাৰে আজি তিনিচুকীয়া আয়ুক্তৰ কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। আজি পুৱাই মাৰ্ঘেৰিটা নগৰৰ ইক' পাৰ্কৰ সন্মুখত সমবেত হয় দলীয় কৰ্মী-সমৰ্থকৰ বিশাল…

কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী

শুকুৰবাৰে পুৱাৰ ভাগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত এটা নিয়মীয়া টহলদাৰী দলক এটা গঁড়ে আক্ৰমণ কৰে ৷ এই আক্ৰমণত এজন বনকৰ্মী গুৰুতৰভাৱে আহত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ আৰিকাটি বন শিবিৰৰ…

পাঁচ সহস্ৰাধিক দলীয় সমৰ্থকসহ ৰহাৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ মনোনয়ন দাখিল

"ড° হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব। অসমে পুনৰ এখন শক্তিশালী চৰকাৰ লাভ কৰিব"।- এই মন্তব্য প্ৰদান কৰিছে ৰহাৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে। আজি পুৱা মনোনয়ন পত্ৰ দাখিলৰ পাছত সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰদান কৰি বিজেপি…

বেকাজানত ছদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভাওনা প্ৰতিযোগিতা আৰম্ভ

ডিজিটেল ডেস্ক, ২০ মাৰ্চ : অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজানত আজিৰে পৰা অনুষ্ঠিত হৈছে ছদিনীয়া অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। মণিকাঞ্চন নাট্যগোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাওনা প্ৰতিযোগিতাত ১০খন ভাওনা প্ৰদৰ্শিত হ'ব। আজি…

মাতৃৰ আশিস লৈ হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

ডিজিটেল ডেস্ক, ২০ মাৰ্চ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে (২০ মাৰ্চ) আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ খানাপাৰাস্থিত ভেটেৰিনেৰী কলেজ ফিল্ডৰ পৰা এক বিশাল ৰেলী…