নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পৰিসমাপ্তিৰ দিশে অভি-নীল হত্যাকাণ্ডৰ গোচৰ… ২৬-২৭ ফেব্ৰুৱাৰীত পুনৰ শুনানি

ৰাজ্য তথা দেশ কপোৱা অভি-নীল হত্যাকাণ্ডৰ আজি চূড়ান্ত শুনানি সম্পন্ন হয়। বিগত ৫ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ এই গোচৰৰ গুচৰীয়া পক্ষৰ তিনিদিনীয়া যুক্তি তৰ্কৰ পিছত আজি নগাঁও জিলা  আৰু সত্ৰ ন্যায়াধীশ আদালতত পুনৰ চূড়ান্ত শুনানি অনুষ্ঠিত হয়।…

ধৰ্মক তুচ্ছ-তাচ্ছিল্য কৰা মীৰা বৰঠাকুৰক সমালোচনা মাজুলীৰ সত্ৰাধিকাৰৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ সংবাদ মেলক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক মহলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ মাজতেই মীৰা বৰঠাকুৰে ধৰ্মক তুচ্ছ-তাচ্ছিল্য কৰাৰো অভিযোগক কেন্দ্ৰ কৰি ধৰ্মীয় আৰু সামাজিক মহলত তীব্ৰ ক্ষোভ প্ৰকাশ পোৱা দেখিবলৈ পোৱা…

বাইহাটা চাৰিআলিত উত্তৰ-পূবৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰে’ল কৰিড’ৰ মুকলি

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ যুৱ ব্যৱসায়ী কনক ডেকাই নিজ ব্যৱসায়িক ক্ষেত্ৰ BR Group Of Companyক লৈ নিৰ্মাণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ ৰেল কৰিডৰ। আজি এই ৰেল টাৰ্মিনেল মুকলি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। বন্তি…

সন্মুখত বিধানসভা নিৰ্বাচন, ডুমডুমাত কোন, ৰূপেশ গোৱালা নে দুৰ্গা ভূমিজ?

সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ মাজত টিকটকেন্দ্ৰিক সংঘাত চলি থকাৰ মাজতে উজনি অসমৰ ডুমডুমা বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰূপেশ গোৱালাই দলীয় বিসম্বাদৰ পৰা উৰ্দ্ধত গৈ পুনৰ বিজেপি দলৰ হৈ বিধায়ক পদত…

মাজবাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবী স্থানীয় কৰ্মীৰ

ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধানসভা সমষ্টিত এইবেলি নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী উত্থাপন কৰিছে বিজেপি কৰ্মীসকলে। এনডিএ মিত্ৰজোঁটৰ অংশ হিচাপে থকা ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)ৰ মাজত আসন বুজাপৰাৰ বিষয়টোত…

ভাৰত–জিম্বাব’ৱেৰ মাজতে হ’ব বিশ্বকাপৰ ফাইনেল! প্ৰাক্তন তাৰকাই কৰিলে ভৱিষ্যদ্বাণী

টি–২০ বিশ্বকাপৰ ফাইনেল মেচ ভাৰত আৰু জিম্বাব’ৱেৰ মাজত অনুষ্ঠিত হ’ব পাৰে বুলি পূর্বানুমান কৰিছে ভাৰতীয় দলৰ প্রাক্তন মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ে৷ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে টীম ইণ্ডিয়াই ফাইনেলত প্রৱেশ কৰিব৷ দলটোৰ…

গোলকগঞ্জত কংগ্ৰেছৰ টিকট বিচাৰিলে ৭গৰাকীয়ে

শাসকীয় মিত্ৰজোঁটৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থীক লৈ বৰ্তমানে সমষ্টিটোৰ ৰাজনৈতিক শিৱিৰে শিৱিৰে আৰম্ভ হৈছে ব্যাপক গুণা-গঁথা। উল্লেখ্য যে, এইবেলি সমষ্টিটোৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰি আবেদন কৰা মুঠ…

বন্ধুৰ সৈতে ডিগাৰু নৈত গা ধুবলৈ গৈ সন্ধানহীন গুৱাহাটীৰ যুৱক

মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত দেওবাৰে বিয়লি ভাগত বন্ধুৰ সৈতে ডিগাৰু নৈত গা ধুবলৈ গৈ এজন যুৱক সন্ধানহীন হৈ আছে ৷ ঘটনা অনুসৰি গুৱাহাটীৰ জাপৰিগোগৰ ধনমণি তালুকদাৰ নামৰ ২১ বছৰীয়া যুৱকজনে কেইজনমান বন্ধুৰ সৈতে সোণাপুৰ থানাৰ অন্তৰ্গত মৌপুৰলৈকে বনভোজ…

SIR প্ৰক্ৰিয়াৰ অন্তিম ভোটাৰ তালিকা প্ৰকাশ : ৭৪ লাখ ভোটাৰৰ নাম কৰ্তন

তামিলনাডুত হোৱা স্পেচিয়েল ইন্টেনচিভ ৰিভিছন (SIR) সম্পৰ্কে নিৰ্বাচন আয়োগে সোমবাৰ (২৩ ফেব্ৰুৱাৰী ২০২৬) তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে। ৰাজ্যত হোৱা SIR-ত ডাঙৰ পৰিসৰত নাম কাঢ়ি দিয়া হৈছে। তামিলনাডুৰ মুখ্য নিৰ্বাচন বিষয়াৰ অৰ্চনা…

ৰাইজৰ দলক বাদ দি কংগ্ৰেছৰ মিত্ৰতা চূড়ান্ত, অসম ৰাজনীতিত নতুন সমীকৰণ

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে নিজৰ নতুন নিৰ্বাচনী অংকৰ অংশ হিচাপে ৰাইজৰ দলক বাদ দি মিত্ৰতা চূড়ান্ত কৰিছে। বিৰোধী শিবিৰৰ আলোচনাৰ সৈতে জড়িত সূত্ৰ অনুসৰি, কংগ্ৰেছ দলে অখিল গগৈক পূৰ্ব-নিৰ্বাচনী মিত্ৰতাৰ পৰা বাদ দি আন বিৰোধী…