শদিয়াত ষষ্ঠ অসম কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় স্থাপন মুখ্যমন্ত্ৰীৰ
শদিয়াৰ অসম-অৰুণাচল সীমান্তৰ অম্বিকাপুৰত প্রায় ৩৩১ বিঘা মাটিত ১৬১ কোটিৰে নিৰ্মিত ষষ্ঠ অসম আৰক্ষী কামাণ্ড বেটেলিয়নৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে মূখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াত কেইবাটাও শুভ উদ্বোধন কাৰ্যসূচী শুভাৰম্ভ কৰে…