ৰঞ্জি ট্ৰফীত ইতিহাস সৃষ্টিৰে চেম্পিয়ন জম্মু-কাশ্মীৰ
প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফীৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে জম্মু-কাশ্মীৰ ক্ৰিকেট দলে। যোৱা ৬৭ বছৰ ধৰি দলটোৱে দেখিছিল যি সপোন, অৱশেষত সেই সপোন পূৰণ হ’ল। ৬৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই এইবাৰেই প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়…