UPPL নে আন দলত কৰিব যোগদান : শীঘ্ৰে ৰাজনীতিলৈ এবছুৰ সভাপতি দ্বীপেন বড়ো
শীঘ্ৰে সক্ৰিয় ৰাজনীতিত ভৰি দিব নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই। এবছুৰ মজিয়াৰ পৰা অৱসৰ গ্ৰহণ কৰি সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ ছাত্ৰ নেতা জনৰ।
ইতিমধ্যে সংগঠনৰ মজিয়াৰ পৰা বিদায় বিচাৰি এবছুৰ কেন্দ্ৰীয়…