নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মৰিয়নিৰ ভাৰতী ৰয়লৈ ৰাষ্ট্ৰীয় সন্মান ‘ভাৰত গৌৰৱ’ সন্মান

মৰিয়নি নগৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা-মহিলা সমাজসেৱিকা ভাৰতী ৰয়ে সৰ্বভাৰতীয় পৰ্য্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে। সামাজিক কামকাজৰ লগতে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ভাৰতী ৰয়লৈ 'ভাৰত গৌৰৱ' সন্মান প্ৰদান কৰা হৈছে। নতুন দিল্লীৰ খেলো ভাৰত বুক অৱ…

লখিমপুৰত ভয়াৱহ অগ্নিকাণ্ডত সৰ্বস্বান্ত দহটা পৰিয়াল

লখিমপুৰ নগৰ এলেকাৰ নকাৰীত আজি বিয়লি সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনাই সকলো শেষ কৰি পেলায় দহটাকৈ খাটিখোৱা পৰিয়ালৰ সকলো সা সম্পদ। যাৰ বাবে এক শোকাকুল পৰিবেশ সৃষ্টি হয়। উল্লেখ্য ত্ৰৈলোক্য গোহাঁই বৰুৱা নামৰ এজন লোকৰ ভাৰাঘৰত এই…

প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ কৰি চৰ্চাত নগৰবেৰাৰ আচ্ছিতা

অসম চৰকাৰ তথা সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত অনুষ্ঠিত "পৰীক্ষা পে চৰ্চা" ২০২৬ শীৰ্ষক অনুষ্ঠানটিত নগৰবেৰাৰ দৰে এক ভিতৰুৱা অঞ্চলৰ পৰা আদৰ্শ বিদ্যালয়, দোকুচি’ৰ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰী আচ্ছিতা শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

লখিমপুৰৰ আদালতত হাজিৰ অখিল গগৈ

লখিমপুৰৰ আদালতত ৰুজু  হোৱা এক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি আদালতত হাজিৰ হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে একাংশ সংগঠনৰ নেতৃত্ব লৈ আন্দোলন কৰাৰ সময়ত ২০১৩ চনত তেওঁৰ বিৰুদ্ধে লখিমপুৰৰ…

ডাবল ছুপাৰ অভাৰত ৰিজাল্ট, আফগানিস্তানক হৰুৱালে দক্ষিণ আফ্ৰিকাই

টি-২০ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখন খেলৰ ফলাফল ডাবল ছুপাৰ অভাৰৰ জৰিয়তে নিৰ্ধাৰিত হ’ল। এক ৰোমাঞ্চকৰ মুখামুখিত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত ২০ অভাৰত ১৮৭ ৰান সংগ্ৰহ কৰে।…

নলবাৰী মেডিকেল কলেজ হাস্পতালত ৰোগীৰ ৰহস্যজনক মৃত্যু

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক ৰহস্যজনক ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য। চিকিৎসালয়খনৰ চতুৰ্থ মহলাৰ বাৰাণ্ডাত এজন ৰোগীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। মৃত ৰোগীগৰাকীৰ নাম কেশৱ মালাকাৰ বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ নলবাৰী জিলাৰ…

প্রেমিকৰ সৈতে পত্নীক বিয়া পাতি বিদায় দিলে স্বামীয়ে

প্রায় ছবছৰ পূর্বে জজানৰ বাসিন্দা ৰাজেন বিট্টাৰ সৈতে বিয়া হৈছিল সীমা মাঝিৰ৷ ৫ বছৰীয়া বৈবাহিক জীৱনত এটা পুত্র সন্তানো আছে তেওঁলোকৰ৷ কিন্তু বৈবাহিক জীৱন সুখৰ নাছিল৷ দাম্পত্য কলহৰ মাজতে তেওঁলোকৰ সংসাৰত প্রৱেশ কৰে শ্রীকান্তে৷ সীমাৰ সৈতে গঢ়ি…

ঢকুৱাখনাত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ

ঢকুৱাখনা আৰক্ষীৰ সাফল্য। ঢকুৱাখনা জীয়ামৰীয়া গাঁৱত গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ ড্ৰাগছ। ধুবুৰীৰ আপিজুল হক (৩৮)ৰ পৰা উদ্ধাৰ ০৮.৬১ গ্ৰাম ওজনৰ ড্ৰাগছখিনি। ধুবুৰীৰ পৰা আহি ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছৰ বেহা…

বক্সিৰহাটত অসম অভিমুখী আলু পৰিবাহী ট্ৰাকত ম’হ উদ্ধাৰ

ধুবুৰী জিলাৰ অসম-বংগ সীমামূৰীয়া পশ্চিমবংগৰ বক্সিৰহাটত অসম অভিমুখী এখন আলুৰ বস্তাবাহী ট্ৰাকৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে ২৪টাকৈ মজলীয়া আকাৰৰ ম'হ উদ্ধাৰ কৰাৰ সমান্তৰালকৈ দুজনকৈ লোকক আটক কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ…