খেলপথাৰত অচেতন হৈ জীৱনাৱসান এগৰাকী তাৰকা ক্ৰিকেটাৰৰ, সৰ্বত্ৰ শোক
আজি মিজোৰামৰ চিহমুইস্থিত ছুয়াকা ক্ৰিকেট গ্ৰাউণ্ডত চৰকাৰী টুৰ্ণামেণ্ট চলি থকাৰ সময়তে মিজোৰামৰ ক্ৰিকেটাৰ কে. লালৰেমৰুয়াটাৰ মৃত্যু হোৱাৰ খবৰে সমগ্ৰ ক্ৰিকেট মহলত শোকৰ ছাঁ পেলাইছে।
৩৮ বছৰীয়া খাৱলহ্ৰিং লালৰেমৰুয়াটা ক্ৰিকেট এছ’চিয়েচন অৱ…