ষষ্ঠবাৰলৈ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ দখল ভাৰতীয় দলৰ
নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : ভাৰতীয় ক্রিকেটৰ উদিত সূর্য বৈভৱ সূর্যবংশীৰ বেটিং তাণ্ডৱত দিশহাৰা হোৱা ইংৰাজ বাহিনীৰ বিৰুদ্ধে ১০০ ৰানত জয়েৰে ষষ্ঠবাৰলৈ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটত খিতাপ দখল কৰে টীম ইণ্ডিয়াই৷ জিম্বাব’ৱেৰ হাৰাৰেত অনুষ্ঠিত…