নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিহালীৰ বৰগাং চাহ বাগিচাত ‘এটি কলি দুটি পাত’ আঁচনিৰ শুভ উদ্বোধন

অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ "এটি কলি দুটি পাত" শীৰ্ষক আঁচনিৰ আজি ডুমডুমাত শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । বিহালী সমষ্টিৰ বৰগাং  চাহ বাগিচাতো এই আঁচনিৰ চেক বিতৰণৰ…

শিৱসাগৰৰ ডিমৌত ৰাইজলৈ লক্ষ্য কৰি বাইক চোৰৰ গুলীচালনা

সমাগত গণৰাজ্য দিৱসৰ কটকটীয়া নিৰাপত্তাৰ মাজতে ডিমৌত গুলীচালনাৰ এক ঘটনা সংঘটিত হয়। ৰাজমাইৰ দেওবৰীয়া বজাৰত ৰখাই থোৱা বিমান ৰয় নামৰ ব্যক্তিজনৰ AS-04 Z-7454 নম্বৰৰ এখন ক'লা ৰঙৰ পালছাৰ বাইক চুৰি কৰিছিল দুই চোৰে। চুৰি কাণ্ড দেখি চোৰৰ পিছে পিছে…

বোকাজানত পিষ্টলসহ আৰক্ষীৰ জালত নাগালেণ্ডৰ ড্ৰাগছ সৰবৰাহকাৰী

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত বোকাজানত পিষ্টলসহ আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী। খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগিচাৰ সমীপত ডিমাপুৰ দিশৰ পৰা অহা AS-01 P-3324 নম্বৰৰ এখন বলেৰ' বাহনত আৰক্ষীয়ে তালাচী চলাই এটা পইণ্ট 22…

আশংকা ! গ্রীনলেণ্ডত সেনা মোতায়েন ডেনমার্কৰ

নিউজ ডেস্ক, ২৫ জানুৱাৰী : ড’নাল্ড ট্রাম্পৰ ওপৰত ভৰসা নাই৷ গ্রীনলেণ্ডৰ ওপৰত সামৰিক অভিযানৰ সিদ্ধান্তৰ পৰা আঁতৰি অহাৰ কথা মুখেৰে প্রকাশ কৰিলেও তাক বিশ্বাস কৰিব নোৱাৰি৷ গ্রীনলেণ্ড দখল কৰাৰ বাবে যেতিয়াই–তেতিয়াই মার্কিন সেনাই আক্রমণ চলাব পাৰে৷…

চিৰাঙত বিদ্যুৎস্পৃষ্ট হৈ দৰাসহ ৩জনৰ প্ৰাণহানি, ২জন আহত

শনিবাৰে নিশা চিৰাং জিলাৰ আমটেকা ১নং এলেংমাৰী গাঁৱত বিদ্যুৎ প্ৰৱাহিত হৈ তিনিজন লোকৰ মৃত্যু হয়। একে সময়তে উক্ত ঘটনাত অন্য দুজন লোক আহত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। ঘটনাৰ দিনা নিশা ১০.৩০ মান বজাত গাঁওখনত হঠাতে উচ্চ বিদ্যুৎ…

চলিত সপ্তাহতে কর্মহীন হ’ব ১৪–১৬ হাজাৰ কর্মচাৰী

নিউজ ডেস্ক, ২৫ জানুৱাৰী : নতুন বছৰটোতে বহুৰাষ্ট্রীয় ই–কমার্চ মার্কিন সংস্থা এমাজনৰ কর্মীসকলৰ বাবে দুঃসংবাদ৷ এইবাৰ দ্বিতীয় পর্যায়ৰ চাটাই অভিযানৰ প্রস্তুতি চলাইছে সংস্থাটোৱে৷ ফলত জানুৱাৰীৰ শেষ সপ্তাহতে ১৪ৰ পৰা ১৬ হাজাৰ কর্মীয়ে কর্মসংস্থাপন…

একশৰণ ভাগৱতী সমাজ, অসমৰ দক্ষিণ কামৰূপ জিলাৰ ৰূপালী জয়ন্তী

একশৰণ ভাগৱতী সমাজ, অসমৰ দক্ষিণ কামৰূপ জিলাৰ ৰূপালী জয়ন্তী বৰ্ষ তথা বাৰ্ষিক অধিৱেশন আৰু মহাপালনাম আজিৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়। পুৱা ৩ বজাত প্ৰভাত ফেৰীৰে আৰম্ভ হোৱা অধিৱেশন আৰু মহাপালনানখনিত বিশাল ভাগৱত শোভাযাত্ৰাই অঞ্চলবাসী…

ৰঙিয়া ষ্টেচন ৰোডত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

ডিজিটেল ডেস্ক, ২৫ জানুৱাৰী : ৰঙিয়া ষ্টেচন ৰোডত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় । উল্লেখ্য যে ৰঙিয়া ষ্টেচন ৰোডত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । ষ্টেচন ৰোডস্থিত মহিন্দৰ…

পুৱতি নিশা কলিয়াভোমোৰা প্ৰথম দলঙত ভয়ংকৰ দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ২৫ জানুৱাৰী : কলিয়াভোমোৰা প্ৰথম দলঙত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰই হেৰুৱাই দলঙৰ ৰেলিং ভাঙি ওলমি ৰ'ল এখন ট্ৰাক । পুৱতি নিশা প্ৰায় ৩.৩০ বজাত প্ৰথম দলঙৰ ৭ নম্বৰ খুঁটাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । গুৱাহাটীৰ পৰা তিনিচুকীয়া…

বর্ষাপাৰাত আজি ভাৰত-নিউজিলেণ্ডৰ তৃতীয় টি–২০

ডিজিটেল ডেস্ক, ২৫ জানুৱাৰী : টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ তৃতীয়খন টি–২০ মেচৰ বাবে সম্পূর্ণৰূপে সাজু হৈ উঠিছে বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম৷ আজি নিশা ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই হাইভল্টেজ মেচখনক লৈ ক্রিকেট…