নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নিশা দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, ডিভাইডাৰত খুন্দা তীব্ৰবেগী বাইকৰ

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : নিশা দেৰগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন। তীব্ৰবেগী বাইক এখনে ডিভাইডাৰত খুন্দা মৰাত থিতাতে নিহত হয় বাইক আৰোহী এজন। গণৰাজ্য দিৱসৰ দিনাই নিশা দেৰগাঁও লাহতি চাৰিআলিৰ গেছ…

জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাত্ৰ ৯ দিন

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : ৬ ফেব্ৰুৱাৰীৰ পৰা জামুগুৰিহাটত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন৷ যাৰ বাবে উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে অধিৱশনথলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত৷ প্ৰতিখন উপ-সমিতি ব্যস্ত হৈ পৰাৰ লগতে…

নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি আটক আশী বছৰীয়া বৃদ্ধ

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : আশী বছৰীয়া বৃদ্ধ আৰু নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়। ছিটৰ তলত গাড়ীৰ বডী কাটি বেলেগকৈ চেম্বাৰ বনাই ড্ৰাগছ সৰবৰাহ এজন বৃদ্ধৰ। ড্ৰাগছ সৰবৰাহকাৰী বৃদ্ধৰ নাম নৰেন দত্ত। মণিপুৰৰ পৰা WB-52X-2363 নম্বৰৰ গাড়ী চলাই ড্ৰাগছ সৰবৰাহ…

২৭ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ জানুৱাৰী, মাঘ মাহৰ ১৪ তাৰিখ, মঙলবাৰ মেষ : প্রত্যক্ষভাৱে কার্য সিদ্ধি৷ ব্যৱসায়ত উন্নতি, ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা৷ ভ্রমণ কৰোঁতে গণেশৰ নাম স্মৰণ কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷ বৃষ : পৰিশ্রম বৃদ্ধি। অর্থ লাভ৷ ভ্রমণত শুভ৷…

সম্পাদকীয় : ভার্চুৱেল শৈশৱ

শৈশৱ মানেই এখন ৰঙীন পৃথিৱী৷ নির্দোষ ধেমালিৰে ভৰা আনন্দোচ্ছল সময়৷ জীৱনৰ কোনো জটিলতাই চুব নোৱৰা সৰলতাৰে ভৰা এছোৱা সময়৷ এই সময়ছোৱাতেই গঢ় লয় মানুহৰ জীৱনৰ বুনিয়াদ৷ ভেটি মজবুত নহ’লে যিদৰে কোনো এটা সৌধৰ স্থায়িত্বৰ ব্যাপ্তি দীঘলীয়া নহয়, ঠিক…

২৬ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ জানুৱাৰী, মাঘ মাহৰ ১২ তাৰিখ, সোমবাৰ মেষ : কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ। দূৰ ভ্রমণৰ যোগ আছে৷ দাম্পত্যত শুভ৷ ঘৰ–বাৰী পৰিকল্পনাত উপকৃত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷ বৃষ : কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে৷ শিৱ মন্দিৰ দর্শন…

২৬ জানুৱাৰীৰ পৰা বগীবিলৰ কাৰেং চাপৰিত দশম মিচিং যুৱ মহোৎসৱ

ধেমাজি জিলাৰ বগীবিলৰ কাৰেং চাপৰিত ২৬ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব দশম সংখ্যক মিচিং যুৱ মহোৎসৱ । ক্ৰমে সকলো মূল আৰু উপ-মণ্ডপৰ শুভাৰম্ভণি, পঞ্জীয়ন, যোগাসন আদি কাৰ্যসূচীৰে আৰম্ভণি কৰা বৰ্ণাঢ্য আৰু বৈচিত্ৰ্যময়…

বাংলাদেশত পুনৰ হিন্দু যুৱকৰ প্ৰাণ ল’লে দুৰ্বৃত্তই…

নিউজ ডেস্ক, ২৫ জানুৱাৰী : বাংলাদেশত পুনৰ হিন্দু হত্যাৰ এক নৃশংস ঘটনা পোহৰলৈ আহিছে । এই ঘটনাত এগৰাকী হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা কৰে দুৰ্বৃত্তই । বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে হিংসাত্মক…

অসমৰ ৩গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৬ বৰ্ষৰ পদ্মশ্রী সন্মান

ডিজিটেল ডেস্ক, ২৫ জানুৱাৰী : ২০২৬ বৰ্ষৰ পদ্ম বঁটা ঘোষণা কৰা হ'ল। অসমৰ ৩গৰাকী বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে ২০২৬ বৰ্ষৰ পদ্মশ্রী সন্মান। ইয়াৰ ভিতৰত সুকণ্ঠী গায়িকা পখিলা লেকথেপীলৈ আগবঢ়োৱা হৈছে এই সন্মান। চাৰি দশক ধৰি কাৰ্বি সংগীত জগতলৈ আগবঢ়াই…

বিহালীৰ বৰগাং চাহ বাগিচাত ‘এটি কলি দুটি পাত’ আঁচনিৰ শুভ উদ্বোধন

অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ "এটি কলি দুটি পাত" শীৰ্ষক আঁচনিৰ আজি ডুমডুমাত শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । বিহালী সমষ্টিৰ বৰগাং  চাহ বাগিচাতো এই আঁচনিৰ চেক বিতৰণৰ…