২৫ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল
আজি ২৫ জানুৱাৰী, মাঘ মাহৰ ১১ তাৰিখ
দেওবাৰ : তিথি–শুক্লা সপ্তমী, নক্ষত্র : ৰেবতী, যাত্রা : শুভ
মেষ : ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ কর্মক্ষেত্রত শুভ ফল পাব৷ শৰীৰ আৰু পৰিৱেশ কিন্তু প্রতিকূল থাকিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৭৷
বৃষ :…