নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অসমীয়া যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা… যোৰহাটত ‘বিহাৰী’ৰ অতপালি

যোৰহাটত এগৰাকী যুৱতীক শ্লীলতাহানিৰ চেষ্টা কৰাৰ অভিযোগত ৰাকেশ কুমাৰ শ্বাহ নামৰ এজন যুৱকক আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় লোকে। ঘটনাটো সংঘটিত হৈছে যোৰহাটৰ ৰজামৈদাম অঞ্চলত। অভিযোগ অনুসৰি, ৰজামৈদামৰ বাসিন্দা দাস উপাধিৰ যুৱতীৰ পৰিয়ালৰ পৰা…

তিনিচুকীয়াৰ বৰহাপজানত ৩ সুদখোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মায়ং কুমাৰৰ নিৰ্দেশত ডুমডুমা সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীয়ে ডুমডুমাৰ সমীপৰ বৰহাপজান নতুন বজাৰ অঞ্চলত অভিযান চলাই তিনিটা সুদখোৰক হাতেলোটে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুদখোৰ তিনিটা ক্ৰমে…

দুৰ্নীতিগ্ৰস্ত BDO-ৰ বিৰুদ্ধে CM ভিজিলেঞ্চৰ অভিযান

দুৰ্নীতিগ্ৰস্ত BDO-ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান। প্ৰাক্তন BDO অজয় সিনহাৰ বিৰুদ্ধে বিশ্বনাথত চলিছে অভিযান। আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত এই অভিযান মুখ্যমন্ত্ৰী তদাৰকী কোষৰ। ১১/২৬ নম্বৰত গোচৰ ৰুজু কৰি অভিযান চলাইছে এটা…

উজনি-নামনিত আহাৰমহীয়া বানৰ তাণ্ডৱ, ঠায়ে ঠায়ে ছিঙিল মথাউৰি

এজাক বৰষুণতে বৰপেটাৰ মন্দিয়া বজাৰত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। বজাৰখনত পৰ্যাপ্ত নলা অভাৱত জমা হয় পানী। ফলত থলুৱা ব্যৱসায়ী, শিক্ষাৰ্থী আৰু পথচাৰীয়ে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বজাৰখনৰ মাজ মজিয়াত একাঠু…

বৰপেটাৰোডত শোকাৱহ ঘটনা, ৰেলৰ খুন্দাত প্ৰাণ গ’ল দুই বন্ধুৰ

এক শোকাৱহ ঘটনাই স্তব্ধ কৰি তুলিছে বৰপেটাৰোড চহৰ। নিশা ৰেলৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে দুই কিশোৰ বন্ধুৱে। নিহত দুয়োজন হৈছে বৰপেটাৰোড চহৰৰ আজাদ নগৰৰ বাসিন্দা জাহাংগীৰ আলম (১৬) আৰু মোস্তাফা খান (১৭)। জানিব পৰা মতে, জাহাংগীৰ আলম বি এইচ…

অম্বুবাচী মহাযোগ : দেৱীৰ আশিস বিচাৰি নীলাচলত অগণন ভক্তৰ ভিৰ

দেৱীৰ আশিস বিচাৰি লোকাৰণ্য হৈ পৰিছে নীলাচল পাহাৰ৷ অম্বুবাচী মহাযোগৰ দ্বিতীয় দিনা পুৱাৰে পৰা বতৰ কিছু ডাৱৰীয়া হৈছিল যদিও দেৱী কামাখ্যাৰ কৃপাদৃষ্টিত বতৰেও যেন ৰূপ সলনি কৰিবলৈ বাধ্য হয়৷ কিয়নো, নীলাচল পাহাৰৰ লগতে গুৱাহাটী মহানগৰীৰ চৌপাশে এতিয়া…

ফিফা বিশ্বকাপত উজবেকিস্তানক ৫-০ত উৰুৱাই পৰ্তুগালৰ প্ৰথম জয়

ফিফা বিশ্বকাপ ২০২৬ত সমালোচকৰ মুখ বন্ধ কৰি দুটা গ’লৰে উজলি উঠিল ক্ৰিষ্টিয়ানো ৰ'নাল্ডো। মঙলবাৰে হিউষ্টনত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ খেলত উজবেকিস্তানক ৫-০ গ’লৰ বিশাল ব্যৱধানত পৰাস্ত কৰি টুৰ্নামেণ্টৰ প্ৰথম জয় সাব্যস্ত কৰে ৰবাৰ্টো মাৰ্টিনেজৰ…

সম্পাদকীয় : আত্মনির্ভৰ প্রতিৰক্ষা

এখন দেশৰ সার্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ ক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হ’ল প্রতিৰক্ষা৷ সেইবাবেই বিশ্বৰ প্রতিখন দেশেই নিজৰ প্রতিৰক্ষাৰ দিশটো মজবুত কৰি ৰখাৰ ওপৰত যথাসাধ্য গুৰুত্ব দিয়ে৷ বিশ্বৰ শক্তিশালী দেশসমূহৰো শক্তিৰ আধাৰ বহু পৰিমাণে নির্ভৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ জুন, আহাৰ মাহৰ ৯ তাৰিখ বুধবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : চিত্রা, যাত্রা : মধ্যম মেষ : আজি কর্মক্ষেত্রত শুভ৷ শাৰীৰিকভাৱে দুর্বলতাই দেখা দিব৷ দিনটো সুকলমে পাৰ হ’ব৷ বিবাহিত সম্পর্ক কাজিয়াৰ সৃষ্টি৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ…

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : কইম্বাটুৰ-বেংগালুৰুত যোগ শিবিৰ ইশা ফাউণ্ডেচনৰ

২০২৬ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে, ইশা ফাউণ্ডেচনে কইম্বাটুৰৰ আদিযোগী প্ৰাংগণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-ৰ বাবে আৰু বেংগালুৰুৰ সদ্‌গুৰু সান্নিধিত এন.চি.চি (NCC) কেডেট আৰু সীমান্ত সুৰক্ষা বাহিনী (BSF)-ৰ বাবে যোগ শিবিৰ…