সাগৰৰ পিছত টাৰ্গেট স্থলপথ… মেক্সিকোত লেণ্ড ষ্ট্ৰাইকৰ লক্ষ্য আমেৰিকাৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মেক্সিকোক লৈ এক ডাঙৰ ঘোষণা কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এইবাৰ মেক্সিকোত স্থল আক্ৰমণ (লেণ্ড ষ্ট্ৰাইক) আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰিছে আমেৰিকাই। ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ…