নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিদ্যাপুৰত চাঞ্চল্য : পৰকীয়া প্ৰেমৰ বাবেই পত্নীৰ প্ৰেমিকক হ*ত্যা কৰি গাঁতত পুতি থ’লে স্বামীয়ে

নিয়মীয়া বাৰ্তা, নৰ্থ বইটামাৰী, ৪ ডিচেম্বৰ : বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ২নং নাচনকুটীত সংঘটিত এক হত্যাকাণ্ডই সমগ্ৰ বিদ্যাপুৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ একেশ্বৰ বৰ্মন নামৰ লোকজনে একে গাঁৱৰে নয়ন বৰ্মন নামৰ যুৱকজনক…

তেজপুৰত ঐতিহাসিক ৰায়যোগে মাতৃহ/ন্তা/ক যাৱজ্জীৱন কাৰাদণ্ড

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : মাতৃহন্তাক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। বৃহস্পতিবাৰে তেজপুৰৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আৰু ফাষ্ট ট্ৰেক আদালতে এক ঐতিহাসিক ৰায়যোগে ৩ বছৰৰ মূৰত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে । অতিৰিক্ত ন্যায়াধীশ…

১৫ বছৰ পাছত ঘৰুৱা ক্ৰিকেট খেলিব কোহলিয়ে, খেলিব পণ্টেও

জল্পনা–কল্পনাৰ অন্ত৷ সুদীর্ঘ ১৫ বছৰ পাছত দেশৰ ঘৰুৱা এদিনীয়া প্রতিযোগিতা বিজয় হাজাৰে ট্রফীত খেলিব বিৰাট কোহলিয়ে৷ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰগৰাকীয়ে আগন্তুক প্রতিযোগিতাখনত দিল্লীৰ হৈ খেলাৰ প্রতিশ্রুতি দিয়ে৷ বিজয় হাজাৰেত বিৰাট কোহলিৰ অংশগ্রহণ…

২০২৬ত বিজেপিৰ ছুনামি… বিৰোধী সংখ্যালঘু বিধায়কৰ মুখত মুখ্যমন্ত্ৰীৰ জয়গান

২০২৬ৰ নিৰ্বাচনত বিজেপিৰ ছুনামি আহিব। ১০০তকৈ বেছি আসন পাব ভাৰতীয় জনতা পাৰ্টীয়ে। এই ভৱিষ্যতবাণী কোনো বিজেপি বিধায়ক বা মন্ত্ৰীৰ নহয়। এই ভাষ্য এজন বিৰোধী সংখ্যালঘু বিধায়কৰ। হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ মতে অহা নিৰ্বাচনত…

ধুবুৰী-ত অনিয়ন্ত্রিত শাক-পাচলিৰ দাম, উদাসীন প্ৰশাসন যন্ত্ৰ

প্ৰতিবছৰে শীতৰ আগমনৰ লগে লগে ধুবুৰী ৰ বজাৰ উভৈনদী হৈ পৰে বিভিন্ন ধৰণৰ শাক-পাচলিৰে। ফলত স্বাভাবিকভাবেই এই সময়চোৱাত ধুবুৰীত শাক-পাচলিৰ দাম কমে। ঠিক অনুৰূপে এইবেলিও ধুবুৰীৰ শাক-পাচলিৰ বজাৰত উপচি পৰিছে বিভিন্ন চব্জিৰে। কিন্তু, তাৎপৰ্যপূৰ্ণ্য…

জুবিন গাৰ্গ মৃত্যু ৰহস্য : ১০ ডিচেম্বৰৰ আগতেই চার্জশ্বীট দাখিল কৰিব এছ আই টিয়ে : ঘোষণা মুখ্যমন্ত্রীৰ

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে (৪ ডিচেম্বৰ ) পুনৰ কয় যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তৰ চাৰ্জশ্বীট এছ আই টিয়ে ১০ ডিচেম্বৰৰ আগতেই দাখিল কৰিব। মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে নিয়ম অনুসৰি…

ঢকুৱাখনা কলেজ (স্বায়ত্তশাসিত)ত ‘সম্বৰ্টিকা’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থ উন্মোচন

উত্তৰ অসমৰ অগ্ৰণী উচ্চশিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়(স্বায়ত্বশাসিত)ত আজি এখন বহুধা বিষয়ক গৱেষণামূলক গ্ৰন্থ উন্মোচন কৰা হয়।মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকক্ষত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত 'সম্বৰ্টিকা' শীৰ্ষক গৱেষণামূলক…

দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, কেইবাটাও বৃহৎ প্ৰকল্পৰ শুভাৰম্ভ

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২১ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণে ৰাজ্যৰ বাবে উন্নয়নমূলক সুখবৰ কঢ়িয়াই আনিব। বুধবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত…

বিমানবন্দৰত অব্যৱস্থা, Indigo-ৰ ১০০খন বিমানৰ উৰণ বাতিল

ভাৰতৰ বৃহত্তম বিমান সংস্থা Indigo অবিৰত তৃতীয় দিনটোও কৰ্মচাৰী অভাৱৰ সন্মুখীন হৈছে। ইয়াৰ প্ৰভাৱত দেশজুৰি ইণ্ডিগ’ৰ অপাৰেচনত বেয়া প্ৰভাৱ পৰিছে। বুধবাৰে দিল্লীতেই Indigoৰ ৩০ৰো অধিক উৰণ বাতিল হয়। মুম্বাইত ৮৫খন বিমান বাতিল হৈছে। হাইদৰাবাদত…

ৰাজ্যৰ নহয়, দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ নহয়, বৰং দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা— এই মন্তব্য কৰিলে প্ৰাক্তন মন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা গৌতম ৰয়ে। সাংবাদিকৰ সৈতে মত বিনিময়ৰ সময়ত তেওঁ দাবী কৰে, “ডঃ শৰ্মাৰ দৰে সক্ৰিয় আৰু কৰ্মঠ মুখ্যমন্ত্ৰী…