নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিমানবন্দৰত অব্যৱস্থা, Indigo-ৰ ১০০খন বিমানৰ উৰণ বাতিল

ভাৰতৰ বৃহত্তম বিমান সংস্থা Indigo অবিৰত তৃতীয় দিনটোও কৰ্মচাৰী অভাৱৰ সন্মুখীন হৈছে। ইয়াৰ প্ৰভাৱত দেশজুৰি ইণ্ডিগ’ৰ অপাৰেচনত বেয়া প্ৰভাৱ পৰিছে। বুধবাৰে দিল্লীতেই Indigoৰ ৩০ৰো অধিক উৰণ বাতিল হয়। মুম্বাইত ৮৫খন বিমান বাতিল হৈছে। হাইদৰাবাদত…

ৰাজ্যৰ নহয়, দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ নহয়, বৰং দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা— এই মন্তব্য কৰিলে প্ৰাক্তন মন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা গৌতম ৰয়ে। সাংবাদিকৰ সৈতে মত বিনিময়ৰ সময়ত তেওঁ দাবী কৰে, “ডঃ শৰ্মাৰ দৰে সক্ৰিয় আৰু কৰ্মঠ মুখ্যমন্ত্ৰী…

দুর্ব্যৱহাৰ কৰা সন্তানক ঘৰৰ পৰা উলিয়াই দিব পাৰে জ্যেষ্ঠজনে, দিল্লী উচ্চ ন্যায়ালয়ৰ আইনী পর্যবেক্ষণ

নিউজ ডেস্ক, ৪ ডিচেম্বৰ : সন্তানে দুর্ব্যৱহাৰ কৰিলে, হাৰাশাস্তি কৰিলে তেনে সন্তানক নিজৰ ঘৰৰ পৰা উলিয়াই দিব পাৰে জ্যেষ্ঠ নাগৰিকসকলে৷ এই কথা জনালে দিল্লী হাইক’র্টে৷ সন্তানে তেনে জ্যেষ্ঠ নাগৰিকক কৰা হাৰাশাস্তিৰ কোনো প্রমাণ দিয়াৰ প্রয়োজন নাই৷…

গড়চুক-মঙলদৈত পথ দুৰ্ঘটনা, হতাহত ২

নিশা মহানগৰীৰ গড়চুকৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী চাৰিচকীয়া বাহনে মহটিয়াই নিয়ে পথচাৰীক। ফলত থিতাতে নিহত এজন যুৱক। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন চাৰিচকীয়া বাহনখন। লখৰাৰ পৰা জালুকবাৰী অভিমুখী পথত সংঘটিত হয় এই…

২০২৮ চনৰ ভিতৰত সম্পূর্ণ হ’ব যোৰহাট–মাজুলী সংযোগী দলং

যোৰহাট – মাজুলী সংযোগী বহু প্রতীক্ষিত দলংখনক লৈ এক গুৰুত্বপূর্ণ বিবৃতি ৰাজ্যসভাৰ মজিয়াত দাঙি ধৰে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাহপথ মন্ত্রী নীতিন গাডকাৰিয়ে৷ তেওঁ ইংগিত দিয়া মতে ২০২৮ চনৰ ভিতৰত সম্পূর্ণ হ’ব যোৰহাট–মাজুলী সংযোগী দলংখনৰ…

ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রা-ৰ মূল্য ৯০.১১ টকালৈ হ্রাস

অৱশেষত আশংকাই সঁচা হ’ল৷ বিশ্বৰ বিনিয়োগকাৰীসকলে দেশৰ বজাৰৰ পৰা জমা পুঁজি প্রত্যাহাৰ কৰাৰ পৰিণতিত নজিৰবিহীনভাৱে হ্রাস পাইছে ভাৰতীয় মুদ্রাৰ দৰ৷ ডলাৰৰ নিৰিখত ধাৰাবাহিকভাৱে পতন অব্যাহত থকাত বুধবাৰে ভাৰতীয় মুদ্রাৰ দাম কমি হয়গৈ ৯০.১১ টকা৷ যিটো…

পুটিন -ৰ ভাৰত ভ্রমণৰ পূর্বে যুদ্ধংদেহি ৩ ৰাষ্ট্রদূত

নিউজ ডেস্ক, ৪ ডিচেম্বৰ : আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীৰ এই ভাৰত ভ্রমণ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীৰ ভাৰত ভ্রমণৰ পূর্বৰ দিনটোত এক ইংগিতবাহী পদক্ষেপ গ্রহণ কৰিছে…

দক্ষিণ আফ্ৰিকাৰে টি–২০ শৃংখলালৈ ভাৰতীয় দল ঘোষণা

শুভমন গিলক অন্তর্ভুক্ত কৰি দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলয়া আসন্ন পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিছে নির্বাচক মণ্ডলীয়ে৷ শৃংখলাটোত গিলক সহঃ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷ অৱশ্যে শৃংখলাটোত গিলে খেলিবনে নেখেলে…

ৰায়পুৰত ৰোমাঞ্চকৰ জয়েৰে শৃংখলাত সমতা স্থাপন দক্ষিণ আফ্রিকাৰ

বিৰাট কোহলি আৰু ৰুতুৰাজ গাইকোৱাডৰ দর্শনীয় শতক সত্ত্বেও দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্রিকাৰ হাতত পৰাজিত হ’ল ঘৰুৱা দল ভাৰত৷ ৰায়পুৰত অনুষ্ঠিত মেচখনত প্রটিয়াজ বাহিনীয়ে ৪টা উইকেটত বিজয় সাব্যস্ত কৰি তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ১–১ত সমতা স্থাপন…

প্রকৃতিৰ তাণ্ডৱ

ইটোৰ পিছত সিটো সমস্যাই লগ এৰা নাই শ্রীলংকাক৷ কেতিয়াবা যদি প্রতিবাদৰ ফলত দেশৰ অর্থনীতি বিধ্বস্ত হৈছে, কেতিয়াবা আকৌ প্রাকৃতিক দুর্যোগে বিধ্বস্ত কৰিছে দেশখনক৷ শেহতীয়াকৈ দেশখনে প্রাকৃতিক দুর্যোগৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে৷ শ্রীলংকাত শেহতীয়া…