ৰায়পুৰত ৰোমাঞ্চকৰ জয়েৰে শৃংখলাত সমতা স্থাপন দক্ষিণ আফ্রিকাৰ
বিৰাট কোহলি আৰু ৰুতুৰাজ গাইকোৱাডৰ দর্শনীয় শতক সত্ত্বেও দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্রিকাৰ হাতত পৰাজিত হ’ল ঘৰুৱা দল ভাৰত৷ ৰায়পুৰত অনুষ্ঠিত মেচখনত প্রটিয়াজ বাহিনীয়ে ৪টা উইকেটত বিজয় সাব্যস্ত কৰি তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ১–১ত সমতা স্থাপন…