নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

২১ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ জুন, আহাৰ মাহৰ ৬ তাৰিখ দেওবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই মেষ : আজি আনৰ প্রতি আঁকোৰগোজ ভাব হ’ব পাৰে৷ কর্মব্যস্ততা বৃদ্ধি পাব৷ সম্পদ লাভৰ যোগ৷ উত্তৰ দিশত যাত্রা কৰিলে ভাল ফল পাব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা…

চিৰাঙত বন্যপ্ৰাণী চোৰাং সৰবৰাহত জড়িত ৯জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ২০ জুন : দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ওপৰত আন্তৰ্জাতিক চক্ৰৰ কোপদৃষ্টি। চিৰাঙত এছটিএফ আৰু আৰক্ষীৰ যৌথ অভিযানত চিদলী থানাৰ অন্তৰ্গত কাশীকোত্ৰাৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৮টাকৈ সোণালী বান্দৰ সৰবৰাহ কৰি থকা…

ৰূপহীহাটত শোকাৱহ পথ দুৰ্ঘটনাত এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৰূপহীহাট, ২০ জুন : ৰূপহীহাটৰ ভকতগাঁৱত আজি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এএছ-০২ এএল-১৩২৭ নম্বৰৰ বাইক আৰু এএছ-১২ বিচি-৪০৮৫ নম্বৰৰ ডাম্পাৰৰ মুখামুখি সংঘর্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটি। উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত…

ফিফা বিশ্বকাপত বীয়েৰৰ নাটনি, এসপ্তাহৰ বীয়েৰ ৪ দিনতে শেষ

ডিজিটেল ডেস্ক, ২০ জুন : ফিফা বিশ্বকাপ চলি থকাৰ সময়তে আমেৰিকাত সুৰাৰ নাটনি৷ বিশেষকৈ বষ্টনত৷ পর্দাৰ আঁৰত স্কটলেণ্ড ফুটবল দলৰ অনুৰাগী৷ বর্তমান বষ্টনত আছে প্রায় ৫০ হাজাৰ স্কটলেণ্ড অনুৰাগী৷ চলিত বিশ্বকাপত নিজৰ দেশৰ দলটোক উৎসাহ যোগাবলৈ বষ্টনত…

ভূটান সীমান্তৰ ডিমাকুছিৰ ৰজাগড়ত ৰাভা দিৱস পালন

ডিজিটেল ডেস্ক, ২০ জুন : পূব ৰজাগড় সমাজ সেৱক সংঘৰ সহযোগত আৰু কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমাকুছিৰ ৰজাগড়ৰ শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহতো…

গোলকগঞ্জত ব্ৰাউন ছুগাৰসহ আটক মহিলা সৰবৰাহকাৰী

ডিজিটেল ডেস্ক, আগমনি, ২০ জুন : ব্ৰাউন চুগাৰৰ বিৰুদ্ধে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযান। অভিযানত ব্ৰাউন ছুগাৰসহ আটক গোলকগঞ্জ পৌৰসভাৰ এক নং ৱাৰ্ডৰ নুৰিমা খাতুন। জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে পুৱাই মহিলাগৰাকীৰ ঘৰত…

সোণতলীত আৰক্ষীৰ জালত চাৰি কুখ্যাত চাইবাৰ অপৰাধী

নিয়মীয়া বাৰ্তা, সোণতলী, ২০ জুন : কামৰূপৰ ছমৰীয়া সমষ্টিৰ সোণতলীৰ বিভিন্ন অঞ্চলত সক্ৰিয় হৈ থকা চাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে নিশা চলোৱা এক গোপন আৰু যুটীয়া অভিযানত আৰক্ষীৰ জালত পৰিছে…

মন্দিয়া আৰক্ষীৰ সফলতা, চুৰি হোৱা ই-ৰিক্সাসহ গ্ৰেপ্তাৰ জাকিৰ হুছেইন

বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অধীনস্থ ২নং চাছৰা গাঁৱৰ পৰা জাকিৰ হুছেইন (৩৭) নামৰ এটা চোৰক মন্দিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আৰক্ষী চকীটোৰ এলেকাধীন অঞ্চলৰ পৰা চুৰি হয় দুখনকৈ ই-ৰিক্সা। তাৰ পিছতেই গৰাকীয়ে মন্দিয়া…

লখিমপুৰত গীতে-মাতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ

ডিজিটেল ডেস্ক, লখিমপুৰ, ২০ জুন : আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৰাভা দিৱস। লখিমপুৰতো বিভিন্ন স্থানত ৰাভা দিৱস উদযাপন কৰা হয়। আন ঠাইৰ লগতে লখিমপুৰ-মাজুলীৰ সীমামূৰীয়া সোৱণশিৰি নদীৰ পাৰৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ পূব তেলাহী অঞ্চলৰ…

ৰঙিয়াৰ বৰলীয়া নৈত উদ্ধাৰ নৱজাতকৰ মৃতদেহ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

🔹 ৰঙিয়াৰ বৰলীয়া নৈত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । 🔹 বনগাঁও অঞ্চলত নৈত উপঙি থকা অৱস্থাত নৱজাতকটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । 🔹 ঘটনাটো পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । 🔹 খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়…