২০২৬ চনৰ HSLC-HS পৰীক্ষাৰ সময়সূচী ঘোষণা
অসমত আগন্তুক বছৰত অনুষ্ঠিত হ’ব লগা দুটা গুৰুত্বপূর্ণ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰিছে।
সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ১০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা…