নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ডাঃ সংগীতা দত্ত-ৰ জামিন মঞ্জুৰ গুৱাহাটী হাইক’ৰ্টৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ডাঃ সংগীতা দত্তৰ জামিন মঞ্জুৰ কৰিছে। শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ডাঃ সংগীতা দত্ত আৰু স্বামী ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে কেইবামাহ ধৰি অনুসন্ধান চলি আছে। তোলনীয়া সন্তানক নিৰ্যাতনৰ অভিযোগত দুয়ো চিকিৎসক দম্পতীৰ…

প্রযুক্তিবিদ্যাৰ মানৱীকৰণ ! সাধুকথাৰ কাহিনীৰ দৰেই চমকপ্রদ আখ্যান

নিউজ ডেস্ক, ১৮ নৱেম্বৰ : সাধুকথাৰ কাহিনীৰ দৰেই চিত্তাকর্ষক, কিন্তু বাস্তৱত এখন অভিনৱ বিবাহ অনুষ্ঠিত হৈছে জাপানত৷ দেখাত এগৰাকী সুন্দৰী যুৱতী৷ জাপানী পৰম্পৰা অনুসৰি বিয়াৰ গাউন পৰিহিত যুৱতীগৰাকীয়ে শিৰত পিন্ধিছে ৰত্নখচিত মুকুট ৷ পিছে এই বিয়াৰ…

বিশিষ্ট সাহিত্যিক বন্দিতা ফুকনক হাউলী বঁটা প্ৰদান

৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সৰ্বশ্ৰেষ্ঠ হাউলী বঁটা লাভ কৰাৰ পিছত সাহিত্যিক গৰাকীয়ে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সকলো বিষয়ববীয়াৰ শলাগ লৈ কয় "মই অভিভূত হৈছো আৰু সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো যে মোৰ নিচিনা এজনী অভাগিনীক…

চানডুবি বিলৰ সেউজ উপত্যকাত চানডুবি উৎসৱ-২০২৬ৰ লাইখুঁটা স্থাপন

অসমৰ উল্লেখযোগ্য বিল তথা পৰ্যটন ক্ষেত্ৰ সমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম ৷ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত অৱস্থিত জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ প্ৰকৃতিপদত্ত বিলখনৰ সেউজীয়া উপত্যকাত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বাৰেৰহণীয়া কাৰ্যসূচীৰে…

পলাশবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন, কবিতা পুথি উন্মোচন

নিয়মীয়া বাৰ্তা, মিৰ্জা, ১৮ নৱেম্বৰ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি ৰাজ্যজুৰি ওপজা দিন উদযাপন কৰা হয়। সমান্তৰালভাৱে পলাশবাৰী ২নং ৱাৰ্ডৰ উদীয়মান যুৱক কৈলাস দাসে একক প্ৰচেষ্টাৰে ব্যতিক্ৰমী ধৰণে প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিন উদযাপন…

জন্মদিনৰ দিনাই জুবিন-ৰ ন্যায়ৰ দিশত আঁতৰিল আইনী বাধা, মুখ্যমন্ত্ৰীয়ে দিলে আশাৰ বতৰা

অসমবাসীৰ প্ৰিয় সংগীতজ্ঞ জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিনত তেওঁৰ ন্যায়ৰ যুদ্ধলৈ আহিল ইতিবাচক সুখবৰ। ছিংগাপুৰত সংঘটিত জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ আইনী পদক্ষেপত যি প্ৰক্ৰিয়াগত বাধা আছিল, সেই বাধা আজি আঁতৰাই দিলে কেন্দ্ৰীয় চৰকাৰে। দেশৰ বাহিৰত…

নাইজেৰিয়াৰ স্কুলত ভয়ংকৰ আক্ৰমণ দুষ্কৃতিকাৰীৰ, শিক্ষকক হত্যা কৰি ২৫গৰাকী ছাত্ৰীক অপহৰণ

ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ : দুষ্কৃতিকাৰীৰ সন্ত্ৰাসে চৰম ৰূপ লৈছে আফ্ৰিকাৰ দেশ নাইজেৰিয়াত। এইবাৰ দেশখনত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। বলপূৰ্বক স্কুলত সোমাই ২৫গৰাকী ছাত্ৰীক অপহৰণ কৰি নিয়ে সশস্ত্ৰ দুষ্কৃতিকাৰীৰ এটা দলে। এই কাৰ্যত বাধা দিয়া…

অসমত SR প্ৰক্ৰিয়া আৰম্ভ : ভোটাৰ তালিকা শুদ্ধিকৰণত তৎপৰ আয়োগ

অসমত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি ৰূপে আজিৰে পৰা আৰম্ভ হ'ল বিশেষ নিৰীক্ষণ (Special Revision – SR) প্ৰক্ৰিয়া। ৰাজ্যখনত শুদ্ধ ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগ সক্ৰিয়ভাৱে কাম আৰম্ভ কৰিছে। এইবাৰ SR প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ…

ৰাছিয়াৰে বাণিজ্যৰ পৰিণাম ‘ভয়ানক শাস্তি’, বিশ্বৰ দেশসমূহলৈ ভাবুকি

নিউজ ডেস্ক, ১৮ নৱেম্বৰ : নিজৰ দমনকাৰী চৰিত্র পুনৰ প্রকট কৰিছে মার্কিন প্রশাসনে৷ নিজৰ প্রভুত্ব বিস্তাৰৰ বাবে পূর্বৰ দৰে পুনৰ ট্রাম্প প্রশাসনে অতিৰিক্ত শুল্ক আৰোপৰ পাং পাতিছে৷ এই সংক্রান্তত কংগ্রেছত এখন বিধেয়ক উত্থাপন কৰিছে মার্কিন ছিনেটৰ…

বুলড’জাৰ চলিব সন্ত্রাসবাদী গঢ়া কাৰখানা আল–ফালাহ বিশ্ববিদ্যালয়ত!

নিউজ ডেস্ক, ১৮ নৱেম্বৰ : দিল্লীৰ লালকিল্লাৰ আইইডি বিস্ফোৰণ, দুই চিকিৎসকৰ জিম্মাৰ পৰা প্রায় ২৯০০ কেজি বিস্ফোৰক উদ্ধাৰ আৰু সন্ত্রাসবাদৰ সৈতে কর্মৰত চিকিৎসকৰ সম্পর্কক লৈ বিতর্কত সাঙোৰ খাই পৰা আল–ফালাহ বিশ্ববিদ্যালয়ত চলিব পাৰে বুলড’জাৰ! জেহাদী…