অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২–১ত শৃংখলা দখল টীম ইণ্ডিয়াৰ, বৰষুণৰ বাবে বাতিল পঞ্চম টি–২০
নিউজ ডেস্ক, ৯ নৱেম্বৰ : অষ্ট্রেলিয়াত সাধাৰণতে ইংলেণ্ডৰ নিচিনাকৈ ক্ষণে ক্ষণে বৰষুণ নহয়৷ কিন্তু এইবাৰ সেই পৰিৱেশ দেখা গ’ল৷ বৰষুণৰ লগতে আহিল বজ্র বিদ্যুৎ৷ যাৰ বাবে গাব্বাত অনুষ্ঠিত হ’বলগীয়া পঞ্চমখন টি–২০ মেচ বাতিল কৰিবলগীয়া হয়৷ ফলত ৫খন মেচৰ…