বিক্রী হ’ব ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু…
নিউজ ডেস্ক, ৯ নৱেম্বৰ : সুদীর্ঘ ১৮ বছৰৰ প্রতীক্ষাৰ অন্তত প্রথমবাৰ আইপিএল ট্রফীৰ সোৱাদ এইবাৰেই লাভ কৰিছিল ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ অথচ এই দলটোৰেই সলনি হ’বলৈ আগবাঢ়িছে মালিকী স্বত্ব৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি অতি সোনকালে বিক্রী হ’ব…