নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰাজ্যত ৰাসোৎসৱ : ডুমডুমা-গোলাঘাট-ৰহা-ওদালগুৰি-চামগুৰিত কৃষ্ণ বন্দনা

ডুমডুমা ফিল'বাৰীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসোৎসৱ উদযাপন ডিজিটেল ডেস্ক, ৬ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ বৃহত্তৰ ফিল'বাৰী অঞ্চলৰ গাভৰুভেটিত আধ্যাত্মিক চিন্তা চৰ্চাৰে যোৱা ৪৫ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ৷ অসম অৰুণাচলৰ সীমান্তৰ…

ভাৰতীয় মহিলা ক্রিকেট দলৰ বার্ষিক চুক্তিত অসমৰ উমা চেত্রী

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : প্রথমবাৰৰ বাবে এদিনীয়া মহিলা বিশ্বকাপৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰাৰ পাছত জেপ গৰম হ’ল হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৰ৷ বিশ্বকাপ জয়ী দলটোৰ প্রতিগৰাকী সদস্যই লাভ কৰিব শকত ধনৰ টোপোলা৷ ভাৰতীয় ক্রিকেট…

নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, হতাহত ২

ৰাসোৎসৱৰ আনন্দ উল্লাসৰ মাজতে নাৰায়ণপুৰৰ য'খৰিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহটিয়ালে দুই বাইক আৰোহীক। থিতাতে নিহত হয় লাল দাস (৩০) নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয় নৱজ্যোতি দাস (১৮) নামৰ আন এজন…

পাহাৰীয়া জিলাত বৰ্তমান কোনো ভেটি নাই কংগ্ৰেছৰ

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পাহাৰীয়া জিলাত শেহতীয়া ভ্ৰমণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তুলিৰাম ৰংহাঙক লৈ কৰা মন্তব্যৰ ওপৰত চিইএম তুলিৰাম ৰংহাঙে প্ৰতিক্ৰিয়া আগবঢ়াইছে। তেওঁ কয় যে পাহাৰীয়া জিলাত কংগ্ৰেছৰ…

চতুৰ্থ দিনৰ বাবে চক্ৰপাণি পৰাশৰক তলব CIDৰ

চতুৰ্থ দিনৰ বাবে চক্ৰপাণি পৰাশৰক তলব CIDৰ ডিব্ৰু-ছৈখোৱাত জুবিনৰ সৈতে চক্ৰপাণিয়ে  লৈছিল এক সাক্ষাৎকাৰ জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ পাছত শেখৰজ্যোতি গোস্বামীৰ পৰা চক্ৰপাণি পৰাশৰে লৈছিল Exclusive সাক্ষাৎকাৰ সেই সন্দৰ্ভত চক্ৰপাণি…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় ‘এ’ দলত অসম সন্তান ৰিয়ান পৰাগ

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : পুনৰ ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটিল তাৰকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টৰ৷ আলহী দল দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলগীয়া আসন্ন দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ বাবে ভাৰতৰ ১৫জনীয়া দলটো ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ…

SDO সঞ্জয় তামুলীক জে’ললৈ প্ৰেৰণ CIDৰ

মীন বিভাগত দুৰ্নীতি কৰি CIDৰ জালত মীন বিভাগৰ SDO ধৃত SDO সঞ্জয় তামুলীক জে'ললৈ প্ৰেৰণ CIDৰ চৰকাৰী পুঁজি পৰিয়াল-বন্ধুৰ নামত আবন্টন দি আত্মসাৎ প্ৰায় ২.৫০ কোটি টকা বিগত ২০২১ চনৰ পৰা সংঘটিত কৰিছিল এই কেলেংকাৰি CID থানাত সঞ্জয়ৰ…

বিজনীৰ ৩নং দাৰাংগাত অঘটন, বৈদ্যুতিক তাঁৰত লাগি দঁতাল হাতীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : ৰাজ্যত বনৰীয়া হাতীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ ঘটনা সংঘটিত হৈ অহাৰ পিছত এইবাৰ জীৱশ্ৰেষ্ঠৰ ফান্দত পৰি মৃত্যুবৰণ কৰিবলগীয়া হ'ল এটি বনৰীয়া হাতীয়ে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩নং দাৰাংগাত তামোল বাগান ৰক্ষাৰ বাবে…

ৰাজ্যিক মুখ্য তথ্য় আয়ুক্তৰ পৰা পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ…

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তই এৰিলে ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে এই সিদ্ধান্ত লৈ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান…

সংকটত সৃষ্টিশীলতা

বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ শিক্ষার্থীসকলক শিক্ষকসকলে প্রায়ে এছাইনমেণ্ট লিখিবলৈ দিয়ে৷ পূর্বেও দিছিল, আজিকালিও দিয়ে৷ অলপতে এজন শিক্ষার্থীয়ে মহাবিদ্যালয়ৰ পৰা দিয়া এছাইনমেণ্ট ঘৰত লিখি আছিল আৰু সকলোবোৰ লিখিছিল কৃত্রিম বুদ্ধিমত্তাৰ সহায় লৈ৷ এটা…