CID কাৰ্যালয়ত হাজিৰ জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টাল
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুকাণ্ডক কেন্দ্র কৰি গঠন কৰা বিশেষ অনুসন্ধান দল (SIT)ৰ আগত আজি হাজিৰ হৈছে জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টাল।
সূত্রৰ তথ্য অনুসৰি, টাৰছেম মিট্টাল আজি গুৱাহাটীস্থিত CID কাৰ্যালয়ত উপস্থিত হৈ তদন্তত সহযোগ…