সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত গঁড়ৰ খৰ্গ উদ্ধাৰ : দুজনক আটক
নিয়মীয়া বার্তা, চুঙাজান, ৪ নৱেম্বৰ : গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বি ছেক্টৰ চেতিয়া গাঁৱত উদ্ধাৰ হয় এটা গঁড়ৰ খৰ্গ। চেতিয়া গাঁৱৰ চি আৰ পি এফ কেম্পৰ সমীপৰ মজিবুৰ ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ হয় খৰ্গটো।
মঙলবাৰে পুৱা গোপন খবৰ ভিত্তিত উক্ত…