নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শুৱালকুছিৰ বস্ত্ৰশিল্প পৰিদৰ্শন ওড়িশাৰ ৪৬ পঞ্চায়ত প্ৰতিনিধিৰ

উৰিষ্যাৰ পঞ্চায়ত প্ৰতিনিধিৰ দল এটা আজি বস্ত্ৰনগৰী হিচাৱে খ্যাত ৰেচম গাঁও শুৱালকুছি উপস্থিত হয় ৷ গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, অসমৰ নদেল বিষয়া বৰ্ণালী নাথ আৰু দাৱৰমণি ওজাৰ নেতৃত্বত গুৱাহাটীৰ পৰা মধ্য শুৱালকুছি গাঁও…

ম্যানমাৰৰ ‘কোকো’ত ঘাটি পাতি ভাৰতীয় সেনাৰ গতি–বিধিত নজৰ চীনৰ

নিউজ ডেস্ক, ৩ নৱেম্বৰ : ভাৰতভূমিত আগ্রাসন অব্যাহত ৰখা ৰঙা চীনৰ আন এক ভয়ংকৰ ষড়যন্ত্র শেহতীয়াকৈ পোহৰলৈ আহিছে৷ ম্যানমাৰৰ বুকুৱেদি বৈ যোৱা বংগোপ সাগৰৰ এটা সৰু দ্বীপত ড্রেগন বাহিনীয়ে ঘাটি পাতি অহৰহ নজৰত ৰাখিছে ভাৰতীয় সেনাৰ গতি–বিধি৷…

‘তোমালোকক লৈ গৌৰৱান্বিত’ : বিশ্বজয়ী ভাৰতীয় মহিলা দলৰে সাক্ষাতত মিলিত হ’ব মোদী !

ডিজিটেল ডেস্ক, ৩ অক্টোবৰ : মহিলা বিশ্বকাপ ক্ৰিকেটত দক্ষিণ আফ্ৰিকাক পৰাজিত কৰি বিশ্বজয়ৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলটোক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঐতিহাসিক জয়ে ভৱিষ্যতৰ খেলুৱৈক যে অনুপ্ৰেৰণা যোগাব, সেই কথা লিখিছিল…

ডংকামোকামত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পুত্তলিকা দাহ

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ কাৰ্বি আংলং জিলা ভ্ৰমণক লৈ সৰৱ হৈ পৰিছে কাৰ্বি আংলং জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা আৰু মণ্ডল সমিতি। গৌৰৱ গগৈৰ দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি সোমবাৰে পশ্চিম…

জাতীয় দলত উপেক্ষিত : বিশ্বজয়ী মহিলা দলৰ প্ৰশিক্ষক ঘৰুৱা ক্ৰিকেটৰ ষ্টাৰ অমল মজুমদাৰ

ভাৰতে মহিলা বিশ্বকাপ-২০২৫ৰ খিতাপ নিজৰ দখল কৰি ইতিহাস ৰচিছে। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় দলে মহিলা বিশ্বকাপ জিকি দেশক গৌৰৱান্বিত কৰিছে। এই ঐতিহাসিক জয়ৰ পিছত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক অমল মজুমদাৰৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। অমল…

বিশ্বকাপ জয়ী ভাৰতীয় দলত প্ৰথম অসমীয়া জীয়ৰী উমা ছেত্ৰী

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ভাৰতীয় মহিলা দলে কালি অনুষ্ঠিত ২০২৫ এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি চেম্পিয়নৰ সন্মান আঁজুৰি আনে। সেই সফলতাই বৰ্তমান ভাৰতজুৰি চলি আছে অভিনন্দনৰ জোৱাৰ। এই আনন্দৰ মাজতেই আছে আৰু ভাল খবৰ। কিয়নো…

শ্রীভূমিত বিএছএফলৈ চোঁচা বাংলাদেশীৰ, ভাৰতৰ ভূমিত খেতি কৰাত বাধা দিয়াত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বার্তা, শ্রীভূমি, ৩ নৱেম্বৰ : শ্রীভূমি জিলাৰ ভাৰত–বাংলাদেশ সীমান্তত তীব্র উত্তেজনা৷ বি এছ এফলৈ চোঁচা বাংলাদেশীৰ৷ অকথ্য গালি–গালাজ পাৰি বি এছ এফক খেদি পঠিয়ায় এদল বাংলাদেশীয়ে৷ উল্লেখ্য যে কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ মধ্যৱর্তী…

পানী নসৰকা চার্জশ্বীটৰ প্রস্তুতি SIT-ৰ :  একাউণ্টৰ সলনি নগদ ধনহে লৈছিল সিদ্ধার্থ শর্মাই

ৰহস্যজনক মৃত্যুক আঁকোৱালি লোৱা অসমীয়াৰ আৱেগ জুবিন গার্গক ন্যায় প্রদানক লৈ ৰাজ্যৰ অগণিত অনুৰাগীয়ে অধীৰ উৎকণ্ঠাৰে অপেক্ষা কৰি থকাৰ সময়তে তদন্ত তীব্রতৰ কৰি তুলিছে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট এছআইটিয়ে৷ অসম আৰক্ষীৰ এছআইটিৰ…

বীৰ লাচিত সেনাৰ নেতাৰ ব্লেকমেইলিং, দিছপুৰ থানাত গোচৰ তিনি ফটকা ব্যৱসায়ীৰ

ডিজিটেল ডেস্ক, ৩ নৱেম্বৰ : অসমীয়াৰ আৱেগ জুবিন গার্গৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি অগণিত অনুৰাগীয়ে শোকবিহ্বল হৈ থকাৰ সময়তো সুযোগ গ্রহণ কৰিছিল তথাকথিত জাতীয় সংগঠন বীৰ লাচিত সেনাৰ সদ্য বহিষ্কৃত নেতা বিকাশ অসমে৷ পৰহি দিছপুৰ আৰক্ষীয়ে বিকাশ অসমক…

ধৰাৰ মায়া এৰি অজানমুলুকলৈ বাঁহীবাদক দীপক শৰ্মা

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ আজিৰ পুৱা মৃত্যু ঘটে। তেওঁ ৫৭ বছৰ বয়সত চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে। আজি পুৱা প্ৰায় ৬.১৫ বজাত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে বুলি পৰিয়ালসূত্ৰে জানিব পৰা গৈছে। বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত…