ব্যৱসায়ীক অপহৰণ ! ২২ লাখ টকা মুক্তিপণ দাবী কৰি বীৰ লাচিত সেনাৰ ৫ সদস্যসহ আটক ৮
গুৱাহাটীত এজন ব্যক্তিক অপহৰণ কৰি তেওঁৰ মুক্তিৰ বাবে পৰিয়ালৰ পৰা ২২ লাখ টকা মুক্তিপণ দাবী কৰাৰ অভিযোগত আঠজন লোকক আটক কৰা হৈছে। ইয়াৰে পাঁচজন বীৰ লাচিত সেনা, অসমৰ সদস্য।
গোৱালপাৰাৰ ইৰশ্বাদ খান নামৰ এজন ব্যক্তিয়ে দিছপুৰ আৰক্ষী থানাত অভিযোগ…