বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক বহিষ্কাৰ
বীৰ লাচিত সেনা, অসমৰ নেতা বিকাশ অসমক সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে। আজি এখন সংবাদ মেলৰ আয়োজন কৰি এই কথা জনায় বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই।
সংবাদ মেলত শৃংখল চলিহাই কয়- যিহেতু আমাৰ ওচৰত বহু অভিযোগ আহিছে কামৰূপ মহানগৰ…