নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সুদীর্ঘ ৫০ বছৰৰ পাছত মণিপুৰৰ উখৰুলত থুইংগালেং মুইভা

সুদীর্ঘ ৫০ বছৰৰ মূৰত জন্মভূমি উখৰুলত উপস্থিত হ’ল উত্তৰ–পূবৰ বিদ্রোহী সংগঠনৰ আটাইতকৈ বর্ষীয়ান নেতা থুইংগালেং মুইভা৷ নগাৰ সার্বভৌমত্বৰ দাবীৰে দীর্ঘদশক ধৰি সশস্ত্র সংগ্রাম অব্যাহত ৰখাৰ পাছত যুদ্ধবিৰতি চুক্তিৰে আলোচনাৰ মেজলৈ অহা এনএছচিএন–আইএমৰ…

কেৰিয়াৰৰ জটিল সময়ত ৰান মেচিন কোহলি : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পুনৰ ব্যৰ্থ বিৰাট 

এডিলেইড সদায় তেওঁৰ প্ৰিয় খেলপথাৰ। কিন্তু সময় যেতিয়া বেয়া হয়, সকলো হিচাপ-নিকাচ সলনি হৈ যায়। ঠিক তেনেকুৱাই হৈছে বিৰাট কোহলিৰ সৈতে। কেৰিয়াৰৰ সৰ্ববৃহৎ পৰীক্ষাৰ সন্মুখীন হৈ পুনৰ ব্যৰ্থ হ’ল কোহলি। পাৰ্থৰ পিছত এডিলেইডৰ এদিনীয়াতো শূন্য…

ষট্ পূজা উপলক্ষে দৰংগিৰিত সীমাহীন ব্যস্ততা

গোৱালপাৰা জিলাৰ ১৫নং দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰংগিৰি এখন সৰু চহৰ। এই দৰংগিৰিস্থিত কলৰ বজাৰখন এছিয়া মহাদেশৰ ভিতৰতে এখন বৃহৎ কলৰ পাইকাৰী বজাৰ হিচাপে চিহ্নিত হৈ ব্যৱসায়ীক মানচিত্ৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কৃষি অৰ্থনীতিৰ ওপৰত…

ঘগ্ৰাপাৰৰ ৰামপুৰ-অজাগৰাত জুবিন গাৰ্গৰ নামত নাহৰৰ পুলি ৰোপণ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ-বনভাগ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৪৫০ নং ৰামপুৰ অজাগৰা প্ৰাথমিক বিদ্যালয় চৌহদত কালি অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নাহৰ গছৰ পুলি  ৰোপণ কৰা হয়। ২নং পূব বনভাগ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়…

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী বিলগাঁৱত বন্যহস্তীৰ কৰুণ মৃত্যু

হোজাই-পশ্চিম কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিলগাঁৱত দুটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু ঘটিছে। ধাননিৰ মাজত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় হাতী দুটা। সূত্ৰ মতে, ধাননি পথাৰ সুৰক্ষাৰ বাবে লগোৱা বিদ্যুতৰ তাঁৰত লাগি হাতী দুটাৰ মৃত্যু ঘটে। ঘটনাৰ…

ভাৰতৰ বিৰুদ্ধে অন্য এক কৌশল জইছ-ই-মহম্মদৰ, অনলাইনযোগে নিযুক্তি মহিলা সন্ত্রাসবাদীক

অপাৰেচন সিন্দূৰত বিধ্বস্ত হোৱা পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জইছ–ই–মহম্মদে ভাৰতৰ বিৰুদ্ধে পুনৰ সক্রিয় হোৱাৰ লক্ষ্য লৈছে৷ এইবাৰ ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ জইছ–ই–মহম্মদে মহিলা সন্ত্রাসবাদী গোট গঠন কৰিছে৷ অনলাইন পাঠ্যক্রমযোগে নিযুক্তি দিব মহিলা…

গোৱালপাৰাত উচ্ছেদাভিযান, দহিকটা বনাঞ্চল খালী কৰাৰ নিৰ্দেশ বন বিভাগৰ

গোৱালপাৰাত পুনৰ চলিব বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান৷ বহু চৰ্চিত দহিকটা সংৰক্ষিত বনাঞ্চল আৰু পাইকান সংৰক্ষিত বনাঞ্চল (দ্বিতীয় খণ্ড) খালী কৰাৰ নিৰ্দেশ বন বিভাগৰ৷ বেদখলকাৰীক ৩০ দিনৰ সময়সীমা বান্ধি দিছে বন বিভাগে৷ বেদখলমুক্ত হোৱাৰ দিশে দহিকটা…

কোকৰাঝাৰত ৰে’লপথত আইইডি বিস্ফোৰণ, স্তব্ধ ৰে’লৰ যাতায়াত

কোকৰাঝাৰ আৰু চালাকাটিৰ মাজত ৰেল পথত সংঘটিত হৈছে ভয়ংকৰ আই ই ডি বিস্ফোৰণ। এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পূবফালে। বিস্ফোৰণৰ তীব্রতাত ৰেলপথৰ একাংশত বিস্তৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ ফলত বৰ্তমান…

সম্পাদকীয় : অনলাইন বাণিজ্য আৰু সংস্থাপন

অনলাইন শ্বপিং আজিৰ যুগত সকলোৰে বাবে এটি পৰিচিত বজাৰ ব্যৱস্থা৷ অনলাইন শ্বপিং সম্পর্কে নতুনকৈ এতিয়া ব্যাখ্যা কৰাৰ প্রয়োজন নাই৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই আধুনিক ব্যৱস্থাটোৰ বিষয়ে অৱগত৷ সম্প্রতি ভাৰতৰ এই অনলাইন শ্বপিং উদ্যোগটোৱে এক গতি লাভ…

গীত, কবিতাৰে উজ্জীৱিত পৰিৱেশ… চাৰিদুৱাৰৰ ভকতগাঁৱত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰৰ ঐতিহ্যমণ্ডিত ভকতগাঁৱত গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু মহিলা, যুৱক-যুৱতী, কণ কণ শিশুৰ সহযোগত অনুষ্ঠিত কৰা হয় সদ্যপ্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গীতে-মাতে,…