নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

ঘোষণা কৰা হ’ল বহুপ্ৰত্যাশিত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল। সুচাৰুৰূপে সম্পন্ন হোৱা ভোট গণনাৰ পিছতেই ঘোষণা কৰা হয় ২০২৫-২৭ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। ফলাফল অনুসৰি- সভাপতি পদত- খগেন কলিতা সাধাৰণ সম্পাদক পদত- অমৰেন্দ্ৰ ডেকা সহকাৰী…

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি নলবাৰীত ৫০ হাজাৰ লোকৰ জনসমদল

প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি নলবাৰীৰ পৰা আৰম্ভ হৈছে জন সমদল। আজিৰ এই সমদলত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া,ৰাজ্যিক…

অৰুণাচলত হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, ঐশ্বৰিক শক্তিৰে মহীয়ান জুবিন

📌ঐশ্বৰিক শক্তিৰে মহীয়ান আছিল জুবিন গাৰ্গ- চাওনা মেইন 📌 জুবিনৰ মৃত্যুত সমগ্ৰ অৰুণাচলবাসীয়েও কান্দিছে- য়েছে দৰজে ঠংচি মহান শিল্পী, মহান আত্মা, যুগপুৰুষ, অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতিক জুবিন গাৰ্গৰ আকস্মিক বিয়োগত অসমৰ লগতে এতিয়াও…

এতিয়া জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে

"জুবিন গাৰ্গৰ মৃত্যু দুৰ্ভাগ্যজনক আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ কৰুণ আৰু বেদনাদায়ক ঘটনা।ইয়াক এচাম লোকে ৰাজনৈতিক হাথিয়াৰলৈ ৰূপান্তৰৰ চেষ্টা কৰিছে।এইচাম লোকে জীৱন কালত জুবিনৰ এটা গানো শুনা নাছিল। জুবিন গাৰ্গৰ বিষয়ে তেওঁ লোকৰ জ্ঞানো…

ৰাষ্ট্ৰপতিৰ প্ৰাণৰক্ষা, কেৰালাত হেলিপেডত ভয়ংকৰ নিৰাপত্তা ত্ৰুটি

কেৰালাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাৰ এটা গভীৰ ত্ৰুটি পোহৰলৈ আহিছে। আজি ৰাষ্ট্ৰপতিগৰাকীয়ে আকাশমাৰ্গেৰে যাত্ৰা কৰাৰ পূৰ্বে এক বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হয় আৰু কথমপি প্ৰাণৰক্ষা হয় ৰাষ্ট্ৰপতিগৰাকীৰ। সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতিগৰাকী…

ঢকুৱাখনাত শিক্ষাবিদ-সমাজ সংগঠক দেৱৰাম সূতৰ অভিনন্দন গ্ৰন্থ উন্মোচন

ঢকুৱাখনা সম-জিলাৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি, হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ তথা লেখক- গৱেষক, বৈষ্ণৱ সাধক দেৱৰাম সূতৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত ৰাজহুৱাভাৱে প্ৰকাশ কৰা অভিনন্দন গ্ৰন্থ 'সব্যাসাচী'…

নগাঁৱত মুখ্যমন্ত্ৰী : মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

নগাঁৱৰ নেহৰুবালিত আজি অনুষ্ঠিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এই অনুষ্ঠানত ২৬,৫৮৫গৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে।…

গুৱাহাটীৰ বেলতলাত যুৱকৰ ৰহস্যজনক মৃত্যু, নিশা আছিল প্ৰেয়সীৰ লগত

গুৱাহাটী মহানগৰীৰ বেলতলাত যুৱকৰ ৰহস্যজনক মৃত্যু মৃত যুৱকজনৰ নাম জেমছ বৰুৱা বেলতলা লাষ্টগেটত থকা Surya Enclave ৰ B block ৰ 4E ফ্লেটত আছিল যুৱকজন যোৱানিশা প্ৰেয়সীৰ লগত আছিল জেমছ ৰহস্যজনকভাৱে মৃত্যুৰ পাছতেই জেমছৰ নিথৰ দেহ…

বৰপেটাৰ জিলা-সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান, হত্যাকাৰীক ফাঁচিৰ হুকুম

বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতৰ ঐতিহাসিক ৰায়দান। পত্নী-কন্যা হত্যাকাৰীক ফাঁচিৰ হুকুম আদালতৰ। হত্যাকাৰীটোৰ নাম ঋষভ দাস। ২০২৩ চনৰ ১৩ অক্টোবৰত ঋষভ দাসে পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক কুঠাৰেৰে ঘপিয়াই…

চতিয়াৰ চমাৰদলনিত দেউচী, ভয়লী, সংগীনি প্ৰতিযোগিতা আৰু তিহাৰ সমাৰোহ

গোৰ্খা মহাজাতিৰ ভাষা,সাহিত্য, সংস্কৃতি বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা চমাৰদলনি অঞ্চলৰ অনুষ্ঠান শ্ৰীময়ী সাহিত্য গোষ্ঠীৰ উদ্যোগত চতিয়াৰ চমাৰদলনিত দিনযোৰা কাৰ্যসূচীৰে জনগোষ্ঠীটোৰ পৰম্পৰাগত লোকনৃত্য দেউচী, ভয়লী আৰু সংগীনি নৃত্যৰ…