আজিৰ দিনটোৰ ৰাশিফল
আজি ৭ অক্টোবৰ, আহিন মাহৰ ২০ তাৰিখ
মঙলবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : ৰেৱতী, যাত্রা : শুভ
মেষ : প্রেমত বাধা আছে৷ বিদ্যাত সিমান ভাল দেখা নাযায়৷ ঘৰুৱা ক্ষেত্রত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব৷ শুভ ৰং বগা, সংখ্যা ২৷
বৃষ : ব্যৱসায়ত নতুনকৈ…