নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত কৰুণ মৃত্যু মহিলাৰ

বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল ষাঠি ঊৰ্ধৰ এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকী বাক্সা জিলাৰ গেৰুৱা সোণাপুৰ গাঁৱৰ অঞ্জলি বড়ো। আজি পুৱতিনিশা প্ৰায় ৪ বজাত নিজ পদূলিলৈ ওলাই যোৱাৰ সময়ত ওচৰতে চোপ লৈ থকা  হাতীৰ আক্ৰমণৰ বলি হয় মহিলাগৰাকী। হাতীৰ আক্ৰমণত…

আজিৰ পৰা মাজুলী-ত আৰম্ভ ৰাসোৎসৱৰ আখৰা

আজি লক্ষ্মী পূৰ্ণিমা। আজিৰে পৰাই ৰাস উৎসৱৰ আখৰ আৰম্ভ হব। এমাহ ধৰি আখৰা হব। বাঁহীৰ মাতত মাজুলীলৈ সন্ধিয়া নামিব। খোল তালৰ শব্দত প্ৰতিখন সত্ৰ আৰু গাঁৱৰ মঞ্চত ৰাতি পুৱাব। লক্ষ্মী পূজাৰ পুৱাৰে পৰাই দ্বিতীয় গকুল, বৃন্দাবনলৈ ৰূপান্তৰিত হব…

চমনক উপেক্ষা ছিংগাপুৰৰ প্রবাসী অসমীয়াৰ : হাজিৰ নহ’লে জাৰি হ’ব লুকআউট ন’টিচ

🔹 আজি চিআইডিত হাজিৰ হোৱাৰ ডেডলাইন ডিজিটেল ডেস্ক, ৬ অক্টোবৰ : প্রিয় শিল্পীৰ মৃত্যুত শোকস্তব্ধ অসমীয়াই আজিলৈকে স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম হোৱা নাই৷ প্ৰাণৰ শিল্পী জুবিন গার্গে এই পৃথিৱীৰ পৰা ইমান সোনকালে যে বিদায় ল’ব সেয়া আজিও বহুতৰে…

নম্রতা বৰাৰ মৃত্যুত জড়িতক ৰক্ষণাবেক্ষণ জুবিনৰ মেনেজাৰৰ

🔹 সিদ্ধার্থৰ বিৰুদ্ধে বিস্ফোৰণ কন্যাহাৰা পিতৃৰ ডিজিটেল ডেস্ক, ৬ অক্টোবৰ : জনতাৰ প্রাণৰ শিল্পী জুবিন গার্গৰ মৃত্যুৰ তদন্ত দ্রুতগতিত চলি থকাৰ মাজতে শিল্পীগৰাকীৰ মৃত্যুত অভিযুক্ত তথা জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ বিৰুদ্ধে আন এক…

জুবিনৰ স্মৃতিত কাজিৰঙাত হাতী পোৱালিৰ নাম ৰাখিলে ‘মায়াবিনী’

ডিজিটেল ডেস্ক, ৬ অক্টোবৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ কালজয়ী গীত ‘মায়াবিনী’ৰে নামকৰণ কৰা হৈছে এটা কণমানি হাতীৰ পোৱালিৰ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত গভীৰ অৰণ্যৰ মাজত পৰহি বন বিভাগৰ বিশ্বস্ত হাতী ‘কুঁৱৰী’য়ে জন্ম…

কাজিৰঙাত এলিভেটেড কৰিড’ৰ

বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত জীৱ–জন্তুবোৰৰ নিৰাপত্তাৰ বিষয়টো সদায় আলোচনাৰ বিষয় হৈ আহিছিল৷ বিশেষকৈ ঐতিহ্য ক্ষেত্রখনত বন্যপ্রাণী তথা জীৱ–জন্তু বাধাহীনভাৱে চলাচলক লৈ সদায় এক আশংকাৰ সৃষ্টি হয়৷ কিয়নো ৰাষ্ট্রীয় উদ্যানখনৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ অক্টোবৰ, আহিন মাহৰ ১৯ তাৰিখ সোমবাৰ : তিথি–শুক্লা চতুর্দশী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : শুভ মেষ : শত্রু কমিব৷ ঘৰুৱা কামত উন্নতি হ’ব৷ ব্যৱসায় লাভজনক৷ শৰীৰত অলপ কষ্ট অনুভৱ হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷ বৃষ : দক্ষতা আৰু…

ই–কমার্চ সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব কেন্দ্রই : কেছ অন ডেলিভাৰীত অতিৰিক্ত চার্জ লোৱাৰ অভিযোগ

নিউজ ডেস্ক, ৫ অক্টোবৰ : দেশজুৰি ই–কমার্চ সংস্থাসমূহে কেছ অন ডেলিভাৰীত অতিৰিক্ত চার্জ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে গ্রাহকে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে গ্রাহকৰ অভিযোগক গুৰুত্ব আৰোপ কৰি অতিৰিক্ত চার্জ লোৱা ই–কমার্চ সংস্থাসমূহৰ…

গম্ভীৰৰ বাবেই অধিনায়কৰ পদ হেৰুৱালে ৰোহিতে : আগৰকাৰে ফাদিল কৰিলে ৰহস্য 

নিউজ ডেস্ক, ৫ অক্টোবৰ : এদিনীয়া ক্রিকেটৰ পৰা নেতৃত্ব হেৰুৱালে ৰোহিত শর্মাই৷ টীম ইণ্ডিয়াৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণত ভাৰতীয় এদিনীয়া দলটোৰ অধিনায়ক হিচাপে শুভমন গিলক নিযুক্তি দিয়া হৈছে৷ অৱশ্যে অধিনায়কত্ব হেৰুৱালেও অষ্ট্রেলিয়াগামী ভাৰতীয়…

পাকিস্তানৰ অধিনায়িকাৰে হাত নিমিলালে ভাৰতৰ হৰমনপ্ৰীতে

🔹 মহিলা বিশ্বকাপৰ ভাৰত-পাক মেচত এছিয়া কাপৰ পুনৰাবৃত্তি নিউজ ডেস্ক, ৫ অক্টোবৰ : খেলপথাৰত অপাৰেচন সিন্দূৰ! কলম্বোত আজি ভাৰত-পাকৰ মাজত অনুষ্ঠিত মহিলা বিশ্বকাপৰ মেচখনৰ টছৰ সময়ত সদ্যসমাপ্ত এছিয়া কাপৰ পুনৰাবৃত্তি ঘটিল। টছৰ সময়ত পাক অধিনায়ক…