আমেৰিকাত প্ৰদৰ্শন হব গৌৰৱ বৰুৱাৰ চুটি ছবি দ্যা পাছিং ক্লাউডছ
অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা অতি ভাল খবৰ। লখিমপুৰৰ মৈদমীয়া নিবাসী গৌৰব বৰুৱাৰ পৰিচালিত ,ʼThe Passing Clouds' নামৰ অসমীয়া চুটি ছবিখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনস্থিত Seattle আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ, "20th Tasveer Film…